নলবাৰী, 7 জুলাইঃ নলবাৰীত প্ৰবঞ্চনাৰ বলি যুৱতী । লম্পট যুৱকৰ প্ৰতাৰণাৰ বলি হ'ল নলবাৰীৰ সোণপুৰৰ এগৰাকী যুৱতী । একেখন গাঁৱৰে কমল দাস নামৰ যুৱকজনৰ সৈতে 2018 চনৰ মে' মাহত আইনী প্ৰথাৰে বিবাহ-পাশত আবদ্ধ হৈছিল যুৱতী গৰাকী । কিন্তু বিবাহ কৰাইয়ো বিগত প্ৰায় এবছৰে নিজৰ ঘৰলৈ নিয়াৰ পৰিৱৰ্তে শহুৰৰ ঘৰতে ৰাখিলে যুৱতীগৰাকীক । অৱশেষত ঘৰলৈ নিয়া বাবদ যুৱতী গৰাকীৰ পৰা দাবী কৰিলে পাঁচ লাখ টকা । পাঁচ লাখ টকা ছোৱালীৰ পৰিয়ালে আদায় দিলেহে ঘৰলৈ নিব বুলি ক’লে পত্নীক । যাৰ বাবে অতি দুখীয়া পৰিয়ালৰ যুৱতী গৰাকীয়ে দাবী কৰা অৰ্থ দিবলৈ অসমৰ্থ হোৱা বাবে অৱশেষত স্থানীয় মহিলা সমিতিৰ ওচৰ চাপে ভুক্তভোগী মহিলা গৰাকী ৷ আনহাতে, বৰ্তমান পলাতক অভিযুক্ত কমল দাস ৷
নলবাৰীত প্ৰবঞ্চনাৰ বলি যুৱতী - অসম নিউজ
একেখন গাঁৱৰে কমল দাস নামৰ যুৱকজনৰ সৈতে 2018 চনৰ মে' মাহত আইনী প্ৰথাৰে বিবাহ-পাশত আবদ্ধ হৈছিল যুৱতী গৰাকী । কিন্তু বিবাহ কৰাইয়ো বিগত প্ৰায় এবছৰে নিজৰ ঘৰলৈ নিয়াৰ পৰিৱৰ্তে শহুৰৰ ঘৰতে ৰাখিলে যুৱতীগৰাকীক । অৱশেষত ঘৰলৈ নিয়া বাবদ যুৱতী গৰাকীৰ পৰা দাবী কৰিলে পাঁচ লাখ টকা ৷
নলবাৰী, 7 জুলাইঃ নলবাৰীত প্ৰবঞ্চনাৰ বলি যুৱতী । লম্পট যুৱকৰ প্ৰতাৰণাৰ বলি হ'ল নলবাৰীৰ সোণপুৰৰ এগৰাকী যুৱতী । একেখন গাঁৱৰে কমল দাস নামৰ যুৱকজনৰ সৈতে 2018 চনৰ মে' মাহত আইনী প্ৰথাৰে বিবাহ-পাশত আবদ্ধ হৈছিল যুৱতী গৰাকী । কিন্তু বিবাহ কৰাইয়ো বিগত প্ৰায় এবছৰে নিজৰ ঘৰলৈ নিয়াৰ পৰিৱৰ্তে শহুৰৰ ঘৰতে ৰাখিলে যুৱতীগৰাকীক । অৱশেষত ঘৰলৈ নিয়া বাবদ যুৱতী গৰাকীৰ পৰা দাবী কৰিলে পাঁচ লাখ টকা । পাঁচ লাখ টকা ছোৱালীৰ পৰিয়ালে আদায় দিলেহে ঘৰলৈ নিব বুলি ক’লে পত্নীক । যাৰ বাবে অতি দুখীয়া পৰিয়ালৰ যুৱতী গৰাকীয়ে দাবী কৰা অৰ্থ দিবলৈ অসমৰ্থ হোৱা বাবে অৱশেষত স্থানীয় মহিলা সমিতিৰ ওচৰ চাপে ভুক্তভোগী মহিলা গৰাকী ৷ আনহাতে, বৰ্তমান পলাতক অভিযুক্ত কমল দাস ৷
কিন্তু এতিয়া প্ৰবঞ্চনাৰ বলি হোৱা এই যুৱতী গৰাকীক ন্যায় দিব কোনে সেয়াহে লক্ষণীয় হৈ পৰিছে।Conclusion:বাইট ১, ভুক্তভোগী যুৱতী।
২ ,মহিলা সমিতি।
কৈলাস ডেকা, নলবাৰী।