ETV Bharat / state

বাঁহৰ গঁৰালত আৱদ্ধ ৬ বছৰীয়া এটি শিশুৰ ভৱিষ্যত - বাঁহৰ গঁৰালত আৱদ্ধ ৬ বছৰীয়া এটি শিশুৰ ভৱিষ্যত

বাঁহৰ গঁৰালত আৱদ্ধ নলবাৰীৰ ক্ষুদ্ৰ কুলহাটী গাঁৱৰ এটি শিশু (Mentally Challenged a Minor Boy has been Caged) ৷ শিশুটিক পিতৃয়ে খিলিব নিদিয়ে সমনিয়াৰ সৈতে ৷ আনকি 24 ঘন্টাই আবদ্ধ কৰি ৰাখে গৰালতে ৷ কিন্তু কিয়...

Mentally Challenged a Minor Bo
বাঁহৰ গঁৰালত আৱদ্ধ ৬ বছৰীয়া এটি শিশুৰ ভৱিষ্যত
author img

By

Published : Dec 4, 2021, 9:27 PM IST

নলবাৰী, 4 ডিচেম্বৰ : বাঁহৰ গঁৰালত আৱদ্ধ এটি মৰম লগা ৬ বছৰীয়া শিশু (Mentally Challenged a Minor Boy has been Caged) ৷ প্ৰায় তিনি বছৰ বয়সৰ পৰাই বন্দীত্বৰ জীৱন কটাইছে শিশুটিয়ে ৷ নলবাৰীৰ ক্ষুদ্ৰ কুলহাটী গাঁৱৰ শিশুটিৰ নাম সুশান্ত ভূঞা ৷

জানিব পৰা মতে, নলবাৰীৰ এই অবুজ শিশুটো প্ৰায় তিনিবছৰৰ পৰা আক্ৰন্ত হৈছে এটি জটিল ৰোগত ৷ যাৰ বাবে য’তে যি বস্তু পাই তাকে মুখত দিয়ে শিশুটিয়ে ৷ আনকি নিজৰে শৌচ-প্ৰসাৱও মুখত দিয়ে শিশুটিয়ে ৷

বাঁহৰ গঁৰালত আৱদ্ধ ৬ বছৰীয়া এটি শিশুৰ ভৱিষ্যত

এই ছবছয়ীয়া শিশুটিক লৈ উপায়হীন হৈ পৰিছে পিতৃ নিপু ভূঞা ৷ কাৰণ মাতৃৰ মৰম কি নুবুজোতেই সুশান্ত ভূঞা নামৰ শিশুটিক মাত্ৰ তিনিমাহ বয়সতে মাতৃয়ে এৰি থৈ গৈছিল ৷ মাতৃৰ অবিহনে এই শিশুটিক পিতৃ নিপু ভূঞা আৰু আইতাকে তুলি তালি ডাঙৰ দীঘল কৰিছে ৷

সময় বাগৰাৰ লগে লগে শিশুটিৰ দেহত কিছু পৰিৱৰ্তনে দেখা দিয়ে ৷ ফলত মাতৃৰ মৰমৰ পৰা বঞ্চিত এই শিশুটিক লৈ যোৱা হয় চিকিৎসকৰ কাষলৈ ৷ চিকিৎসকে উল্লেখ কৰা অনুসৰি, পুষ্টিহীনতাত ভুগিছে সুশান্ত ৷ যাৰ বাবে সুশান্তৰ শৰীৰত দেখা দিছে কিছু পৰিৱৰ্তনে ৷

Mentally Challenged a Minor Bo
বাঁহৰ গঁৰালত আৱদ্ধ ৬ বছৰীয়া এটি শিশুৰ ভৱিষ্যত

আনকি বয়সৰ লগে লগে মানসিক ভাৰসাম্য হেৰুৱাইছে কণমানি সুশান্তই (A child with a mental illness) ৷ এই বাতৰি লাভৰ পাচতে শিশুটিৰ পৰিয়ালৰ মূৰত যেন সৰগ ভাঙি পৰিছে ৷ কাৰণ সুশান্ত ভূঞাৰ চিকিৎসাৰ নামৰ বৰ্তমান প্ৰয়োজন বহু অৰ্থৰ ৷ সুশান্তৰ ব্যয়বহুল চিকিৎসাৰ বাবে পৰিয়ালটিৰ হাতত নাই ধন ৷ আনকি শিশুটিৰ চিকিৎসাৰ নামত ব্যয় কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটিৰ থকা ভেঁটিটোৰ বাদে আন একোৱে সম্পত্তি নাই ৷

কণমানিটিৰ এই দৃশ্য চাই থাকিব নোৱাৰা হৈছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ দিন হাজিৰা কৰি পৰিলায়টোক পোহপাল দিয়া নিপু ভূঞাই এতিয়া যাব নোৱাৰে কামলৈ ৷ কাৰণ সন্তানটিৰ যতন লব’লৈ কোনো নাই ৷

হয়তো উপযুক্ত চিকিৎসা পালে সুশান্ত সুস্থ হৈ উঠিব ৷ সেয়ে সুশান্তৰ পিতৃয়ে সন্তানটিক সুস্থ কৰি তুলিবলৈ ৰাজ্য চৰকাৰৰ পৰা বিচাৰিছে সহায়ৰ হাত ৷

লগতে পঢ়ক : মাতৃৰ বুকুৰ পৰা 15 দিনলৈ কোনে কাঢ়ি নিছিল এটা দুমহীয়া শিশুক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.