ETV Bharat / state

ৰাজ্যজুৰি পালন 70 তম বন মহোৎসৱ - নলবাৰী

নগাঁও, নলবাৰী আৰু তিনিচুকীয়াত বন মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচী ৷

ৰাজ্যজুৰি পালন 70 তম বন মহোৎসৱ
author img

By

Published : Jul 4, 2019, 8:36 AM IST

নলবাৰী, 4 জুলাইঃ বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় 70 তম বন মহোৎসৱ ৷ নলবাৰীত সামাজিক বনানীকৰণ বিভাগৰ সৌজন্যত 1 জুলাইৰ পৰা 7 জুলাইলৈ উদযাপিত হ'ব বন মহোৎসৱ ৷ মহোৎসৱ উপলক্ষে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰী উপস্থিত এখন সভা অনুষ্ঠিত কৰা উপৰিও কেইবাহাজাৰ গছ পুলি বিতৰণ কৰা হয় ৷

নগাঁও বন বিভাগৰ উদ্যোগতো বুধবাৰে পালন কৰা হয় 70 সংখ্যক বন মহোৎসৱ সপ্তাহ । বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি নগাঁও বনাঞ্চলিক কাৰ্যলয়ৰ বিষয়া কৰ্মচাৰীয়ে নগাঁও চহৰৰ লাওখোৱা ৰোডৰ দুয়োকাষে ৰোপণ কৰে গছপুলি ।

আনহাতে, তিনিচুকীয়াৰ কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত ৰাজ্যৰ 70 তম বন মহোৎসৱ উদযাপন কৰে ৷ ডুমডুমা বন সংমণ্ডলৰ বহুকেইজন বিষয়া, ডুমডুমা আৰু কাকপথাৰ আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ চৌপাশে শতাধিক গছপুলি ৰোপণ কৰা হয় ৷

Intro:কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত বন বিভাগৰ ৭০তম বন মহোৎসৱ অনুষ্ঠিত

শদিয়া : তিনিচুকীয়া জিলাৰ কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত ৰাজ্যৰ ৭০তম বন মহোৎসৱ উদযাপন কৰে ৷ ডুমডুমা বন সংমণ্ডলৰ বহুকেইজন বিষয়া, ডুমডুমা আৰু কাকপথাৰ আঞ্চলিক বন কাৰ্যালয়ৰ বিষয়াসকল উপস্থিত থকা অনুষ্ঠানটোত মহাবিদ্যালয়খনৰ চৌপাশে শতাধিক গছপুলি ৰূপন কৰা হয় ৷ ডুমডুমা সংমণ্ডলৰ অধিনত এই বৰ্ষত তিনিদীনিয়াকৈ এই বন মহোৎসৱ অনুষ্ঠিত কৰা হৈছে বুলি বন বিষয়া সকলে জানিবলৈ দিয়ে ৷ একজুলাইৰ পৰা আৰম্ভ হোৱা কাৰ্যসুচীমতে প্ৰথম দিনা শদিয়া আঠমাইলৰ পৰা চুনপোৰালৈ ড: ভুপেন হাজৰীকা সেতুৰ পথটোত ডেৰশ, দুশ পুলি ৰুপন, দ্বিতীয় দিনা ডুমডুমা বন সংমণ্ডলৰ অধিনৰ বনাঞ্চল সমুহত গছ পুলি ৰূপন কৰাৰ লগতে আজি অন্তিম দিনা কাকপথাৰ কনিষ্ঠ মহাবিদ্যালয়ত এই কাৰ্যসুচী হাতত লোৱা হয় বুলি জানিবলৈ দিয়ে ৷ মহাবিদ্যালয়খনৰ অধ্যক্ষাই এনে ধৰণৰ কাৰ্যসুচী হাতত লোৱাৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে গছ পুলি সমুহ জিয়াই ৰখাৰ ক্ষেত্ৰত সকলোৱে চকু দিব লাগিব বুলি মত প্ৰকাশ কৰে ৷ উল্লেখ্য যে চৰকাৰে ৰাজ্যত বনজ সম্পদেৰে প্ৰকৃতিৰ ভাৰসাম্যতা জীয়াই ৰখাৰ উদ্দেশ্যে এনেধৰণৰ কাৰ্যসুচী হাতত লৈ থকাৰ মাজতে তিনিচুকীয়া জিলাত বনজ সম্পদৰ অবৈধ ৰমৰমীয়া বেহা অব্যাহত থকা কাৰ্যই বিশেষ তাৎপৰ্যবহন কৰিছে ৷ মহাবিদ্যালয়ত গছপুলি ৰূপনৰ পিছতেই এখন সজাগতা সভাও অনুষ্ঠিত হয় ৷Body:Byte : 1/ Forest Officer, Doomdooma
2/ Principal CollageConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.