ETV Bharat / state

নলবাৰীত জলাশয়ত উদ্ধাৰ মৃতদেহ

কৰিয়াত মেটেকা ভৰ্তি দ খালত ওপঙি থকা অৱস্থাত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ । মৃতদেহৰ কাষত এটা মোনাও উদ্ধাৰ। ব্যক্তিজন বিহদিয়াৰ শুক্লেশ্বৰ দাস বুলি চিনাক্ত কৰা হৈছে ৷

author img

By

Published : Nov 14, 2019, 5:22 PM IST

নলবাৰীত জলাশয়ত উদ্ধাৰ মৃতদেহ

নলবাৰী,14 নৱেম্বৰ: নলবাৰীৰ কৰিয়াত মেটেকা ভৰ্তি দ খালত ওপঙি থকা অৱস্থাত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ । মৃতদেহৰ কাষত এটা মোনাও উদ্ধাৰ হয়। ব্যক্তিজন বিহদিয়াৰ শুক্লেশ্বৰ দাস বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । জানিব পৰা মতে পেছাত মিস্ত্ৰী আছিল শুক্লেশ্বৰ দাস, বুধবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ থকা ব্যক্তিজনৰ মৃতদেহ বৃহস্পতিবাৰে পুখুৰীত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷

নলবাৰীত জলাশয়ত উদ্ধাৰ মৃতদেহ
স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা মতে কৰিয়া অঞ্চলত বৃদ্ধি পাইছে সুৰাৰ দোকান ৷ স্থানীয় ৰাইজৰ সন্দেহ,দাসে সুৰাপান কৰি ঘৰলৈ উভতি আহি থাকোতে পুখুৰীত পৰি মৃত্যু হয় ৷

লগতে পঢ়ক: এইবাৰ পাকঘৰত সোমাল বনৰজা

Intro:
নলবাৰীত পানীত পৰি থকা অৱস্থাত মৃতদেহ উদ্ধাৰBody:নলবাৰীৰ কৰিয়াত মেটেকা ভৰ্তি দ খালত ওপঙি থকা অৱস্থাত উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ।মৃতদেহৰ কাষত এখন মোনাও উদ্ধাৰ।ব্যক্তি জন বিহদিয়াৰ শুক্লেশ্বৰ দাস।ঘটনাস্থলীত উপস্থিত আৰক্ষী ।জানিব পৰা মতে পেছাত মিস্ত্ৰী আছিল শুক্লেশ্বৰ দাস বুধবাৰ বিয়লি ভাগৰ পৰা ঘৰত নাছিল । আজি মৃতদেহ প্ৰত্যক্ষ কৰে পুখুৰীত পৰি থকা অৱস্থাত মৃতদেহটো।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.