ETV Bharat / state

পুখুৰীত ডুবি সলিল সমাধি কিশোৰৰ

নলবাৰীৰ মুকালমুৱাত পুখুৰীত পৰি দেওবাৰে মৃত্যুক সাৱটি লয় এটি কিশোৰে ৷ উল্লেখ্য যে, দুপৰীয়া সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিশোৰগৰাকী ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে দীৰ্ঘসময় ধৰি অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷

author img

By

Published : May 31, 2020, 9:13 PM IST

children dead at pond nalbari assam etv bharat news
পুখুৰীত ডুবি সলিল সমাধি কিশোৰৰ

নলবাৰী,31 মে’: নলবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত ঘোগাত সংঘটিত হৈছে এক অঘটন । অঞ্চলটোৰ এক পুখুৰীত পৰি দেওবাৰে মৃত্যুক সাৱটি লয় এটি কিশোৰে ৷ উল্লেখ্য যে, দুপৰীয়া সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল কিশোৰগৰাকী ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে দীৰ্ঘসময় ধৰি অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰে স্থানীয় ৰাইজে ৷ প্ৰায় দুঘণ্টা জোৰা অভিযানৰ অন্তত মৃতদেহ উদ্ধাৰ হোৱা কিশোৰগৰাকী আব্দুল হামিদৰ সাত বছৰীয়া পুত্ৰ নুৰ মহম্মদ আলী বুলি জানিব পৰা গৈছে ৷

সলিল সমাধি কিশোৰৰ

লগতে চাওকঃ বানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.