ETV Bharat / state

নলবাৰীত মেধাৱী শিক্ষাৰ্থীক আৰ্থিক অনুদান - আৰ্থিক সাহায্য

অনুষ্ঠানত মুঠ ২৫ গৰাকী দুখীয়া তথা মেধাৱী শিক্ষাৰ্থীক গামোচা ,মানপত্ৰ আৰু নগদ দহ হাজাৰ টকাকৈ প্ৰদান কৰে । বি কে ফাউণ্ডেচনৰ উদ্যোক্তা উদ্যোগপতি ভাগ্য কলিতা,শিক্ষাবিদ যোগেন্দ্ৰ কলিতা, ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিভুসেন ডেকাকে ধৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

মেধাৱী শিক্ষাৰ্থীক আৰ্থিক সাহায্য বি.কে ফাউণ্ডেচনৰ
author img

By

Published : Jun 8, 2019, 9:07 AM IST

নলবাৰী, ৮জুনঃ শুকুৰবাৰে নলবাৰীৰ ঘগ্ৰাপাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা আৰু বৃত্তি প্ৰদান কৰে বি.কে ফাউণ্ডেচনে ৷

বি.কে ফাউণ্ডেচনৰ প্ৰয়াত ভৰত কলিতা সোঁৱৰণী বৃত্তি প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানটো সভাপতিত্ব কৰে অল ইণ্ডিয়া অডিট ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তাইজুদিন আহমেদে । বি কে ফাউণ্ডেচনৰ সঞ্চালিকা গীতিকা কলিতাই আদৰণি ভাষণ প্ৰদান কৰে সভাখনত । অনুষ্ঠানত মুঠ ২৫ গৰাকী দুখীয়া তথা মেধাৱী শিক্ষাৰ্থীক গামোচা ,মানপত্ৰ আৰু নগদ দহ হাজাৰ টকাকৈ প্ৰদান কৰে । বি কে ফাউণ্ডেচনৰ উদ্যোক্তা উদ্যোগপতি ভাগ্য কলিতা,শিক্ষাবিদ যোগেন্দ্ৰ কলিতা, ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিভুসেন ডেকাকে ধৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

মেধাৱী শিক্ষাৰ্থীক আৰ্থিক সাহায্য বি.কে ফাউণ্ডেচনৰ

লগতে আন এটা বাতৰি- দুৰ্বৃত্তৰ হাতত নিৰ্যাতিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী

Slug=Sambardhana...8Jun...
Story ftp

#ঘগ্ৰাপাৰত বি কে  ফাউণ্ডেচনৰ উদ্যোগত ২৫ কৃতি শিক্ষাৰ্থীক সম্বৰ্দ্ধনা# 

#নগদ দহ হাজাৰ টকাৰ বৃত্তি প্ৰদান#

V.O=সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্ৰাপাৰ অঞ্চলৰ  চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাৱী অথচ আৰ্থিক ভাৱে দুৰ্বল  শিক্ষাৰ্থী সকলক সম্বৰ্ধনা ও বৃত্তি প্ৰদান কৰে বি.কে ফাউণ্ডেচনে৷ প্ৰয়াত ভৰত কলিতা সোঁৱৰণী বৃত্তি প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানটোত সভাপতিত্ব কৰে অল ইণ্ডিয়া অডিট ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তাইজুদিন আহমেদে। বি কে ফাউণ্ডেচনৰ সঞ্চালিকা গীতিকা কলিতাই আদৰণি ভাষণ আৰু অনুষ্ঠানটোৰ দৃষ্টিভঙ্গী বাখ্যা কৰা সভাখনত বি কে ফাউণ্ডেচনৰ উদ্যোক্তা উদ্যোগপতি ভাগ্য কলিতা,শিক্ষাবিদ যোগেন্দ্ৰ কলিতা, বিৰাজ কলিতা, ৰজত ডেকা,ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিভুছেন ডেকা,শ্ৰী শ্ৰী হৰিমন্দিৰ নলবাৰীৰ সভাপতি চন্দ্ৰ কলিতা,গীতিকাৰ,সুৰকাৰ সদানন্দ গগৈ , কটন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আদি উপস্থিত থাকে৷
সভাখনত মুঠ ২৫ গৰাকী দুখীয়া তথা মেধাৱী শিক্ষাৰ্থীক  গামোচা ,মানপত্ৰ আৰু নগদ দহ হাজাৰ টকাকৈ প্ৰদান কৰে । বি কে  ফাউণ্ডেচনৰ লক্ষ্য সন্দৰ্ভত  সঞ্চালিকা গীতিকা কলিতাই সমাজত কৰা বিভিন্ন কামৰ খতিয়ান দাঙি ধৰে । অসমীয়া ভাষা, চৰকাৰী বিদ্যালয়ৰ ছাত্র ছাত্ৰীক উৎসাহিত কৰাই মুল লক্ষ্য বুলিও দোহাৰে। এনেদৰে বৃত্তি প্ৰদানেৰে শিক্ষাগ্ৰহণত সুবিধা কৰি দিয়াত ৰাইজে সন্তোষ প্ৰকাশ কৰে।আনহাতে,বি.কে ফাউণ্ডেচনৰ এইবাৰ লক্ষ্য হৈছে পাষাণ পুত্ৰ-কণ্যাৰ হাতত নিৰ্যাতিত বৃদ্ধ পিতৃ-মাতৃৰ আশ্ৰয়ৰ বাবে বৃদ্ধাশ্ৰম খোলা৷

বাইট=গীতিকা কলিতা,সঞ্চালিকা--বি.কে ফাউণ্ডেচন৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.