ETV Bharat / state

ভাৰতবৰ্ষত ২৫ বছৰলৈ নাহে কংগ্ৰেছৰ চৰকাৰঃ চন্দ্ৰ মোহন পাটোৱাৰী

author img

By

Published : Aug 19, 2019, 12:22 PM IST

নলবাৰীত পূৰ্ণ গতিত অব্যাহত আছে বিজেপিৰ সদস্য ভৰ্তি অভিযান ৷ অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোৱে যোগদান কৰক ভাৰতীয় জনতা পাৰ্টিতঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

BJP membership mission nalbari

নলবাৰী, 19 আগষ্টঃ " ভাৰতবৰ্ষত আৰু 25 বছৰলৈ কংগ্ৰেছ চৰকাৰ আহিব নোৱাৰে তাৰ গেৰান্টি আছে " ৷ দেওবাৰে নলবাৰী জিলাৰ চামতাত অনুষ্ঠিত হোৱা বিজেপিৰ সদস্য ভৰ্তি অভিযানত উপস্থিত থাকি এই মন্তব্য কৰে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইয়াৰোপৰি অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ৷ বিজেপিৰ সদস্য ভৰ্তিৰ এই অভিযানত মন্ত্ৰী পাটোৱাৰীৰ লগতে কেইবাগৰাকীও বিজেপি নেতা উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, এই সদস্য ভৰ্তি অভিযানত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷

উত্তৰ পূৰ্বাঞ্চলকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত ২৫ বছৰলৈ নাহে কংগ্ৰেছৰ চৰকাৰঃ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

নলবাৰী, 19 আগষ্টঃ " ভাৰতবৰ্ষত আৰু 25 বছৰলৈ কংগ্ৰেছ চৰকাৰ আহিব নোৱাৰে তাৰ গেৰান্টি আছে " ৷ দেওবাৰে নলবাৰী জিলাৰ চামতাত অনুষ্ঠিত হোৱা বিজেপিৰ সদস্য ভৰ্তি অভিযানত উপস্থিত থাকি এই মন্তব্য কৰে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ ইয়াৰোপৰি অসমৰ উন্নয়নৰ স্বাৰ্থত সকলোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ৷ বিজেপিৰ সদস্য ভৰ্তিৰ এই অভিযানত মন্ত্ৰী পাটোৱাৰীৰ লগতে কেইবাগৰাকীও বিজেপি নেতা উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, এই সদস্য ভৰ্তি অভিযানত বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷

Intro:উত্তৰ পূৰ্বাঞ্চলকে ধৰি ভাৰতবৰ্ষত ২৫ বছৰ নহয় কংগ্ৰেছৰ চৰকাৰ =চন্দ্ৰ মোহন পাটোৱাৰী।

Body:বিজেপিত এতিয়া সদস্য ভৰ্ত্তিৰ অভিযানৰ চৌদিশে জোৱাৰ।নলবাৰীতো সদস্য ভৰ্তি অভিযান।নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী অংশ ললে সদস্য ভৰ্তি অভিযানত ।জিলাখনৰ চামতাত হোৱা এক অনুস্থানত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কয় যে ভাৰতবৰ্ষত আৰু ২৫ বছৰ কংগ্ৰেছ চৰকাৰ আহিব নোৱাৰে গেৰান্টি আছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে ।আনহাতে মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টিত অসমৰ উন্নয়ন ৰ স্বাৰ্থত যোগদান কৰিবলৈ আহ্বান জনাই।বিজেপিৰ সদস্য ভৰ্তি এই অভিয়ানত মন্ত্ৰী পাটোৱাৰীৰ লগতে কেইবাৰাকীও বিজেপি নেতা উপস্থিত থাকে।


বাইট চন্দ্ৰ মোহন পাটোৱাৰী।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.