ETV Bharat / state

নলবাৰীত ইছলাম সম্প্ৰদায়ৰ লোকে উদযাপন কৰিলে বিশ্বকৰ্মা পূজা

author img

By

Published : Sep 17, 2020, 4:50 PM IST

Updated : Sep 17, 2020, 5:04 PM IST

এগৰাকী ইছলাম সম্প্ৰদায় লোকৰ গেৰেজত হিন্দু আৰু ইছলাম ধৰ্মালম্বী লোকে উদযাপন কৰিলে বিশ্বকৰ্মা পূজা ৷

biswakarma puja celebration at nalbari muslim community man
নলবাৰীত ইছলাম ধৰ্মালম্বী লোকে উদযাপন কৰিলে বিশ্বকৰ্মা পূজা

নলাবাৰী,17 ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা, যিটো সময়ত একাংশ উগ্ৰ হিন্দুত্ববাদী লোকে সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে ঠিক তেনে সময়তে নলবাৰীত মকিব আলী নামৰ এগৰাকী ইছলাম সম্প্ৰদায়ৰ লোকৰ গেৰেজত হিন্দু আৰু ইছলাম ধৰ্মালম্বী লোকে উদযাপন কৰিলে বিশ্বকৰ্মা পূজা ৷

ইপিনে ক’ৰণা মহামাৰীৰ বাবে সম্পূৰ্ণ সামাজিক দুৰত্ব মানি মুখত মাস্ক পৰিধান কৰি উদযাপন কৰে বিশ্বকৰ্মা পূজা ৷ প্ৰায় ৬০ জন লোকৰ উপস্থিতত অনুষ্টুপীয়াকৈ উদযাপন কৰে বিশ্বকৰ্মা পূজা ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে মন্দিৰত পূজা-অৰ্চনা বিপ্লৱ কুমাৰ দেৱৰ

Last Updated : Sep 17, 2020, 5:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.