নলবাৰী,16 জুনঃ নলবাৰীৰ টাউন মোক্তাৱত দেওবাৰৰ পৰা দুদিনীয়াকৈ নলবাৰী জিলা হজ কমিটিৰ সহযোগত হজযাত্ৰীসকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয় । হজযাত্ৰী সকলক লৈ এখন সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে উত্তৰ পূৱ হজ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী অধ্যক্ষ নেকিবুৰ জামান । ইফালে দুগৰাকীকৈ প্ৰশিক্ষকে প্ৰশিক্ষণ দিব হজযাত্ৰী সকলক । অহা ৪ জুলাইৰ মক্কাৰ মদিনালৈ হজযাত্ৰীৰ বাবে যাত্ৰীসকল ৰাওনা হ’ব । ইফালে হজযাত্ৰাৰ বাবে নলবাৰীৰ পৰাও এটা ৪৭ জনীয়া দল ৰাওনা হ’ব পবিত্ৰ মক্কাৰ দৰবাৰলৈ ।
নলবাৰীত হজযাত্ৰী প্ৰশিক্ষণ শিবিৰ - Hoz_training
উত্তৰ পূৱ হজ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী অধ্যক্ষ নেকিবুৰ জামান
নলবাৰী,16 জুনঃ নলবাৰীৰ টাউন মোক্তাৱত দেওবাৰৰ পৰা দুদিনীয়াকৈ নলবাৰী জিলা হজ কমিটিৰ সহযোগত হজযাত্ৰীসকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয় । হজযাত্ৰী সকলক লৈ এখন সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে উত্তৰ পূৱ হজ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী অধ্যক্ষ নেকিবুৰ জামান । ইফালে দুগৰাকীকৈ প্ৰশিক্ষকে প্ৰশিক্ষণ দিব হজযাত্ৰী সকলক । অহা ৪ জুলাইৰ মক্কাৰ মদিনালৈ হজযাত্ৰীৰ বাবে যাত্ৰীসকল ৰাওনা হ’ব । ইফালে হজযাত্ৰাৰ বাবে নলবাৰীৰ পৰাও এটা ৪৭ জনীয়া দল ৰাওনা হ’ব পবিত্ৰ মক্কাৰ দৰবাৰলৈ ।
VO=1 নলবাৰীৰ টাউন মোক্তাৱত আজিৰে পৰা দুদিনিয়াকে নলবাৰী জিলা হজ কমিটিৰ সহযোগত হজযাত্ৰীসকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হয়।হজযাত্ৰী সকলক লৈ এখন সভা অনুষ্ঠিত হয়।সভাত উপস্থিত থাকে উত্তৰ পূৱ হজ অভ্যৰ্থনা সমিতিৰ কাৰ্য্য কৰী অধ্যক্ষ নেকিবুৰ জামান।ইফালে দুগৰাকীকৈ প্ৰশিক্ষকে প্ৰশিক্ষণ দিৱ হজযাত্ৰী সকলক।অহা ৪ জুলাইৰ মক্কাৰ মদিনালৈ হজযাত্ৰীৰ বাবে যাত্ৰীসকল ৰাওনা হৱ।ইফালে হজযাত্ৰাৰ বাবে নলবাৰীৰ পৰাও এটা ৪৭ জনীয়া দল ৰাওনা হব পবিত্ৰ মক্কাৰ দৰবাৰলৈ।Body:বাইট Conclusion:কৈলাস ডেকা, নলবাৰী।