ETV Bharat / state

মুকালমুৱাত নলবাৰী জিলা আমছুৰ প্ৰতিবাদ - Nalbari AAMSU

হোজাই লংকাৰ কাকীত হোৱা উচ্ছেদৰ বিৰুদ্ধে মুকালমুৱাত নলবাৰী জিলা আমছুৰ প্ৰতিবাদ(AAMSU) ৷ একমাত্ৰ সংখ্যালঘু হোৱাৰ বাবে চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰিছে নলবাৰী জিলা আমছুয়ে (AAMSU) ।

aamshu-protest-at-mukalmua
মুকালমুৱাত নলবাৰী জিলা আমছুৰ প্ৰতিবাদ
author img

By

Published : Jun 7, 2021, 2:34 PM IST

নলবাৰী, 7 জুন : মুকালমুৱাত নলবাৰী জিলা আমছুৰ প্ৰতিবাদ(AAMSU) ৷ হোজাই লংকাৰ কাকীত হোৱা উচ্ছেদৰ বিৰুদ্ধে এই প্ৰতিবাদ কাৰ্যসূচী হাতত লয় নলবাৰী জিলা আমছু (AAMSU)য়ে । কBলা বেজ পৰিধান কৰি বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ।

মুকালমুৱাত নলবাৰী জিলা আমছুৰ প্ৰতিবাদ

‘ভূমিহীন লোকক ভূমি প্ৰদান কৰা’, ‘উচ্ছেদিত লোকক পুণৰ সংস্থাপনৰ ব্যৱস্থা কৰা’ ইত্যাদি শ্ল’গানেৰে ক'ভিড প্ৰটকল(Covid Protocol) মানি সাব্যস্ত কৰে এই প্ৰতিবাদ । কৰ'ণা (Corona) মহামাৰীৰ এই দুৰ্যোগৰ সময়ত উচ্ছেদ কৰি দৰিদ্ৰ লোক সকলক হাৰাশাস্তি নকৰিবলৈ চৰকাৰক আহ্বান নলবাৰী জিলা আমছু (AAMSU)ৰ সদস্যই ।

একমাত্ৰ সংখ্যালঘু হোৱাৰ বাবে চৰকাৰে উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰিছে নলবাৰী জিলা আমছু (AAMSU)য়ে । আনহাতে, আংশিক লকডাউনৰ সময়ত উচ্ছেদ অভিযান নকৰিবলৈ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী নলবাৰী জিলা আমছু (AAMSU)য়ে ।

লগতে পঢ়ক : আশ্ৰয়স্থলৰ সন্ধানত লংকাৰ উচ্ছেদিত লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.