নলবাৰী, 26 মাৰ্চঃ "ৰাজ্য সভাত আমি তীব্ৰ বিৰোধিতা কৰা বাবেই বিজেপি চৰকাৰে আনিব নোৱাৰিলে CAB"- এই মন্তব্য কংগ্ৰেছী সাংসদ ভূৱনেশ্বৰ কলিতাৰ৷ নলবাৰীত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে ভূৱনেশ্বৰ কলিতাই৷ লগতে তেওঁ কয় যে, মোডী ক্ষমতালৈ আহিলে CAB ক লৈ পুনৰ উত্তৰ পূৱ অশান্ত হ'ব৷ 2019 চনত মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে মোডী চৰকাৰক কটাক্ষ কৰাৰ লগতে অসমক প্ৰবঞ্চনা কৰা বুলি উল্লেখ কৰে ৷
মোডী ক্ষমতালৈ আহিলে পুনৰ অশান্ত হ'ব উত্তৰ-পূৱ
নলবাৰীত ভূৱনেশ্বৰ কলিতাৰ সংবাদমেল ৷
নলবাৰীত ভূৱনেশ্বৰ কলিতাৰ সংবাদ মেল
নলবাৰী, 26 মাৰ্চঃ "ৰাজ্য সভাত আমি তীব্ৰ বিৰোধিতা কৰা বাবেই বিজেপি চৰকাৰে আনিব নোৱাৰিলে CAB"- এই মন্তব্য কংগ্ৰেছী সাংসদ ভূৱনেশ্বৰ কলিতাৰ৷ নলবাৰীত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে ভূৱনেশ্বৰ কলিতাই৷ লগতে তেওঁ কয় যে, মোডী ক্ষমতালৈ আহিলে CAB ক লৈ পুনৰ উত্তৰ পূৱ অশান্ত হ'ব৷ 2019 চনত মংগলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৰাকীয়ে মোডী চৰকাৰক কটাক্ষ কৰাৰ লগতে অসমক প্ৰবঞ্চনা কৰা বুলি উল্লেখ কৰে ৷
SL Press Meet(Bhubaneswar Kalita)
26Mar
FTP
OCVO=নলবাৰীত ভূবনেশ্বৰ কলিতাৰ সংবাদ মেল।
# ৰাজ্য সভাত আমি তীব্ৰ বিৰোধিতা কৰা বাবেই বিজেপি চৰকাৰে আনিব নোৱাৰিলে CAB।
# কিন্ত শংকা আঁতৰা নাই ।
# মোডী পুনৰ ক্ষমতালৈ আহিলে অসম অশান্ত হব
# বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন কৰি মোডী চৰকাৰে অসমক প্ৰবঞ্চনা কৰিছে
# কেন্দ্ৰত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে অসমক পুনৰ বিশেষ ৰাজ্যৰ মৰ্যদা দিব ।
বিজেপিৰ হাতত এতিয়া আক্ৰমণৰ বাহিৰে বেলেগ অস্ত্ৰ নাই।তেওঁলোকৰ দলৰ বিফলতাৰ কাৰণে গৈ গৈ ওৱাল পাইছে বুলি তীব্ৰ কটাক্ষ কৰে মংগল দৈ সমষ্টিৰ লোকসভাৰ প্ৰাৰ্থী ভূবনেশ্বৰ কলিতাই।
কৈলাস ডেকা, নলবাৰী