- কলিয়াবৰৰ হাতীয়েখোৱাত নিশা শোকাৱহ পথ দুৰ্ঘটনা (Road Accident at Kaliabor)
- হুণ্ডাই অউৰা বাহনক মহতিয়াই নিলে এখন মালবাহী ট্ৰাকে (Truck Car collision at Kaliabor)
- ঘটনাস্থলীতে নিহত ৫ জনকৈ আৰোহী
- বিবাহযাত্ৰী আছিল হুণ্ডাই বাহনখনত থকা আটাইকেইজন যুৱক
- দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকৰ চালক-হেণ্ডিমেনৰ পলায়ন
- নিহত যুৱককেইজন ক্ৰমে- বিবেক দাস, সমীৰ পাল, বিকাশ শৰ্মা, সন্দীপ কুমাৰ পাল আৰু সঞ্জয় দাস
- নিহত যুৱককেইজনৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাতত বুলি জানিব পৰা গৈছে
- কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৭১৫ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো
- দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ দুটা- AS ০৫ Q ২৬৮৩ আৰু UP ৩ AT ২৭৬৬