ETV Bharat / state

জুৰীয়াত কাঠ ফলা মিলসহ বৃহৎ পৰিমাণৰ চেগুণ কাঠ জব্দ - wood seized

নগাঁও জিলা বন সংমণ্ডল বিষয়াৰ নেতৃত্বত বুধবাৰে কালিয়াডিঙিয়াৰ পাম গাঁৱত জুৰীয়া আৰক্ষীৰ সহযোগত কাঠফলা মিলৰ বিৰুদ্ধে এক অভিযান চলায় ৷ অভিযানত কাঠ ফলা মিলৰ লগতে বৃহৎ পৰিমানৰ চেগুণ কাঠ জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

কাঠ ফলা মিলসহ জব্দ বৃহৎ পৰিমাণৰ চেগুণ কাঠ

author img

By

Published : Sep 24, 2020, 12:11 PM IST

নগাঁও, 24 ছেপ্তেম্বৰ: ৰূপহীহাটৰ জুৰীয়াত নগাঁও বন বিভাগৰ অভিযান ৷ নগাঁও জিলা বন সংমণ্ডল বিষয়াৰ নেতৃত্বত বন বিভাগে চলোৱা অভিযানত, অভিযানকাৰী দলটোৱে জব্দ কৰে কাঠ ফলা মিলৰ লগতে বৃহৎ পৰিমানৰ চেগুণ কাঠ ৷

নগাঁও জিলা বন সংমণ্ডল বিষয়াৰ নেতৃত্বত চলায় অভিযান

বুধবাৰে কালিয়াডিঙিয়াৰ পাম গাঁৱত জুৰীয়া আৰক্ষীৰ সহযোগত বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে চলোৱা অভিযানত কাঠ ফলা মিলৰ লগতে বৃহৎ পৰিমানৰ চেগুণ কাঠ জব্দ কৰে যাদিও, কোনো লোকক আটক কৰিবলৈ সক্ষম নহ'ল ৷

জুৰীয়াত কাঠ ফলা মিলসহ জব্দ বৃহৎ পৰিমাণৰ চেগুণ কাঠ

লগতে পঢ়ক: অসম-নাগালেণ্ড সীমান্তত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.