ETV Bharat / state

এন আৰ চিৰ চূড়ান্ত তালিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ ?

author img

By

Published : Sep 2, 2019, 8:26 AM IST

এন আৰ চিক লৈ সন্তুষ্ট নহয় সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ । শ্বহীদৰ তালিকা পুনৰীক্ষণ কৰাৰ বাবে দাবী শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সম্পাদক মাণিক চন্দ্ৰ দেৱনাথৰ ৷

সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ ক্ষোভ

নগাঁও,1চেপ্তেম্বৰ : সদ্যপ্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদে। শনিবাৰে প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাই অসম আন্দোলনৰ কোনো ফল নিদিয়া বুলি অভিযোগ কৰে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সম্পাদক মাণিক চন্দ্ৰ দেৱনাথে । প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাৰ পৰা নাম বাদ পৰা অধিকাংশই ভাৰতীয় নাগৰিক। ইয়াৰ বিপৰীতে এন আৰ চিত বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলিও অভিযোগ উত্থাপন কৰে মাণিক চন্দ্ৰ দেৱনাথে। বহু শ্বহীদ পৰিয়ালক বিদেশীৰ নামত হাৰাশাস্তি কৰাৰো অভিযোগ শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ। শ্বহীদ পৰিয়ালক বিদেশীৰ নামত হাৰাশাস্তি কৰা কাৰ্যত মাণিক চন্দ্ৰ দেৱনাথে ক্ষোভ প্ৰকাশ কৰি শ্বহীদৰ তালিকাত বিদেশী আছে যদি, তেন্তে শ্বহীদৰ তালিকা পুনৰীক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰে ৷

Intro:এন আৰ চিক লৈ সন্তুষ্ট নহয় সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদ।

Body:সদ্যপ্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদ। শনিবাৰে প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাই অসম আন্দোলনৰ কোনো ফল নিদিয়া বুলি অভিযোগ কৰি সদৌ অসম শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সম্পাদক মাণিক চন্দ্ৰ দেৱনাথৰ বিস্ফোৰক অভিযোগ। প্ৰকাশ পোৱা এন আৰ চিৰ তালিকাৰ পৰা নাম বাদ পৰা অধিকাংশই ভাৰতীয় নাগৰিক। ইয়াৰ বিপৰীতে এন আৰ চিত অন্তৰ্ভুক্ত হল বহু বিদেশীৰ নাম। বহু শ্বহীদ পৰিয়ালক বিদেশীৰ নামত হাৰাশাস্তি কৰাৰো অভিযোগ শ্বহীদ নিৰ্যাতিত পৰিয়াল পৰিষদৰ। শ্বহীদ পৰিয়ালক বিদেশীৰ নামত হাৰাশাস্তি কৰা কাৰ্য্যত ক্ষোভ প্ৰকাশ কৰি দেৱনাথৰ দাবী যদি শ্বহীদৰ তালিকাত বিদেশী আছে তেন্তে শ্বহীদৰ তালিকা পুনৰীক্ষণ কৰক।
bite.
------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.