নগাঁও, 26 নৱেম্বৰ: অৱশেষত উদ্ধাৰ হ'ল কলঙৰ বুকুত নিখোজ হোৱা দুই ছাত্ৰৰ মৃতদেহ । বুধবাৰে প্ৰজেক্টৰ কামলৈ গৈ কলং নৈত সন্ধানহীন হৈছিল ত্ৰিদীপ কলিতা আৰু বিকাশ বৰা নামৰ সপ্তম শ্ৰেণীত অধ্যয়নৰত দুই ছাত্ৰ ৷ সন্ধানহীন হোৱাৰ পিছৰে পৰা স্থানীয় লোকৰ লগতে এছডিআৰএফ বাহিনীয়ে আৰম্ভ কৰিছিল উদ্ধাৰ অভিযান ।
![as_ngn_two_students_dead_body_recovered_7203829](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-02-26nov-two-students-dead-body-recovered-7203829_26112020150136_2611f_1606383096_79.jpg)
ছাত্ৰ দুজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত ৷ শোকত ম্ৰিয়মান হৈ পৰে ছাত্ৰ দুজনৰ পৰিয়ালৰ লগতে সহপাঠীসকল ৷
![as_ngn_two_students_dead_body_recovered_7203829](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9672663_yr.jpg)
লগতে পঢ়ক: কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মঙলদৈত সৰ্বাত্মক ধৰ্মঘট