ETV Bharat / state

ৰাজ্যিক বিজেপিৰ উদ্যোগত সতী ৰাধিকা দিৱস উদযাপন

author img

By

Published : May 17, 2022, 1:13 PM IST

কলিয়াবৰত পালন কৰা হয় সতী ৰাধিকা দিৱস(Sati Radhika Divas celebrated in Kaliabor) ৷ এই দিৱস উদযাপনৰ সকলো কাৰ্যসূচীৰ আঁত ধৰে অসম ৰাজ্যিক বিজেপিৰ অনুসূচীত জাতি মৰ্চাই ৷ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ অন্তত উদ্যোক্তা সমিতিয়ে ইয়াত জড়িত সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যৰে সম্বোধন কৰে এক সংবাদমেল ৷

sati-radhika-divas-celebrated-in-kaliabor
সতী ৰাধিকা দিৱস উদযাপন

চামগুৰি, 17 মে’: সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে কলিয়াবৰত পালন কৰা হয় সতী ৰাধিকা দিৱস(Sati Radhika Divas celebrated in Kaliabor) ৷ সতী ৰাধিকাৰ গুণ-গৰিমা সমগ্ৰ অসমতে বিয়পাই দিয়াৰ দিয়াৰ প্ৰয়াসেৰে পালন কৰা হয় এই দিৱস ৷ এই দিৱস উদযাপনৰ সকলো কাৰ্যসূচীৰ আঁত ধৰে অসম ৰাজ্যিক বিজেপিৰ অনুসূচীত জাতি মৰ্চাই ৷

কাৰ্যসূচীৰ সফল ৰূপায়ণৰ অন্তত উদ্যোক্তা সমিতিয়ে ইয়াত জড়িত সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যৰে সম্বোধন কৰে এক সংবাদমেল(Press meet of Assam state BJP SC cell) ৷ নগাঁৱৰ আৱৰ্ত ভৱনত অনুষ্ঠিত সংবাদমেলখনত সভাপতিত্ব কৰে অসম ৰাজ্যিক বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ সভানেত্ৰী মুন স্বৰ্ণকাৰে ৷

সতী ৰাধিকা দিৱস উদযাপন

স্বৰ্ণকাৰে অনুষ্ঠানটো সুকলমে সম্পন্ন হোৱাৰ বাবে ইয়াৰ সৈতে জড়িত সকলো কাৰ্যকৰ্তাক ধন্যবাদ জ্ঞাপন কৰে ৷ তাৰোপৰি উদ্যোক্তা সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক চৰকাৰীভাৱে সতী ৰাধিকা দিৱস উদযাপনৰ বাবে আহ্বান জনায় ৷

লগতে চাওক: Kampur flood : বাঢ়নী পানী চাবলৈ গৈ বানত উটিল দুই কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.