বটদ্ৰৱা, 4 আগষ্ট : বটদ্ৰৱাৰ থানৰ ভক্তবৈষ্ণৱ সকলে দাঙি ধৰিলে প্ৰকৃতিপ্ৰেমীৰ অন্যতম নিদৰ্শন । দীৰ্ঘদিনৰ পৰা ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণব সকলে শতাধিক দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ এৰি এক সংৰক্ষণৰ থলীলৈ পৰিণত কৰিছে বটদ্ৰৱা থানৰ পবিত্ৰ আকাশীগংগাক । ভকত বৈষ্ণৱৰ এই মহান প্ৰচেষ্টাৰ অংশ হিচাপে দেওবাৰে আকাশী গংগাত এটা দুস্প্ৰাপ্য প্ৰজাতিৰ বৰকাছ এৰি দিয়ে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । ৰহাৰ ফুলগুৰিত বানত উটি অহা এটা বিৰল প্ৰজাতিৰ কাছ আকাশী গংগাৰ জলধাৰাত বিধায়িকা গৰাকীয়ে এৰি দাঙি ধৰে প্ৰকৃতিপ্ৰেমৰ এক নিদৰ্শন । বিধায়িকা গৰাকীৰ এই কাৰ্যক ধন্যবাদ জনাই বটদ্ৰৱাৰ ভকত বৈষ্ণৱসকলে ৷
বিৰল প্ৰজাতিৰ কাছৰ সংৰক্ষণৰ থলীলৈ পৰিণত বটদ্ৰৱা থান - বিধায়িকা আঙুৰলতা ডেকা
দীৰ্ঘদিনৰ পৰা ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণব সকলে শতাধিক দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ এৰি এক সংৰক্ষণৰ থলীলৈ পৰিণত কৰিছে বটদ্ৰৱা থানৰ পবিত্ৰ আকাশীগংগাক ।