ETV Bharat / state

বিৰল প্ৰজাতিৰ কাছৰ সংৰক্ষণৰ থলীলৈ পৰিণত বটদ্ৰৱা থান

author img

By

Published : Aug 4, 2019, 6:28 PM IST

দীৰ্ঘদিনৰ পৰা ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণব সকলে শতাধিক দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ এৰি এক সংৰক্ষণৰ থলীলৈ পৰিণত কৰিছে বটদ্ৰৱা থানৰ পবিত্ৰ আকাশীগংগাক ।

বিৰল প্ৰজাতিৰ কাছৰ সংৰক্ষণৰ থলীলৈ পৰিণত বটদ্ৰৱা থান

বটদ্ৰৱা, 4 আগষ্ট : বটদ্ৰৱাৰ থানৰ ভক্তবৈষ্ণৱ সকলে দাঙি ধৰিলে প্ৰকৃতিপ্ৰেমীৰ অন্যতম নিদৰ্শন । দীৰ্ঘদিনৰ পৰা ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণব সকলে শতাধিক দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ এৰি এক সংৰক্ষণৰ থলীলৈ পৰিণত কৰিছে বটদ্ৰৱা থানৰ পবিত্ৰ আকাশীগংগাক । ভকত বৈষ্ণৱৰ এই মহান প্ৰচেষ্টাৰ অংশ হিচাপে দেওবাৰে আকাশী গংগাত এটা দুস্প্ৰাপ্য প্ৰজাতিৰ বৰকাছ এৰি দিয়ে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই । ৰহাৰ ফুলগুৰিত বানত উটি অহা এটা বিৰল প্ৰজাতিৰ কাছ আকাশী গংগাৰ জলধাৰাত বিধায়িকা গৰাকীয়ে এৰি দাঙি ধৰে প্ৰকৃতিপ্ৰেমৰ এক নিদৰ্শন । বিধায়িকা গৰাকীৰ এই কাৰ্যক ধন্যবাদ জনাই বটদ্ৰৱাৰ ভকত বৈষ্ণৱসকলে ৷

Intro:বিধায়িকা আঙুৰলতা ডেকাই ডাঙি ধৰিলে প্ৰকৃতিপ্ৰেমীৰ অন্যতম নিদৰ্শন । গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বটদ্ৰৱাৰ আকাশীগংগাৰ জলাধাৰত আঙুৰলতা ডেকাই এৰিলে বিৰল প্ৰজাতিৰ এটি কাছ ।Body:বটদ্ৰৱা থানৰ পবিত্ৰ আকাশী গংগাত ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণব সকলে শতাধিক দুস্প্ৰাপ্য প্ৰজাতিৰ কাছ এৰি এক সংৰক্ষণৰ থলীলৈ পৰিনত কৰিছে । ভকত বৈষ্ণৱৰ এই মহান প্ৰচেষ্টাৰ অংশ হিচাপে দেওবাৰে বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা অাঙুৰলতা ডেকাই আকাশী গংগাত এটা দুস্প্ৰাপ্য প্ৰজাতিৰ বৰকাছ এৰি দিয়ে। বটদ্ৰৱা থানত বিধায়িকা আঙুৰলতা ডেকা উপস্থিত হৈ পবিত্ৰ আকাশী গংগাৰ সংগমত সেৱা জনাই বৰকাছ পোৱালি এৰি ভাষাৰে বুজাব নোৱাৰা এক পৰম সন্তোষ্টি লাভ কৰে বুলি সাংবাদিকক আগত ব্যক্ত কৰে ।ৰহাৰ ফুলগুৰিত বানত উটি অহা এটা বিৰল প্ৰজাতিৰ কাছ আকাশী গংগাৰ জলধাৰাত বিধায়িকা গৰাকীয়ে এৰি দাঙি প্ৰকৃতিপ্ৰেমীৰ অন্যতম নিদৰ্শন ।বিধায়িকা গৰাকীৰ প্ৰকৃতিপ্ৰেমীৰ এনে নিদৰ্শনক বটদ্ৰবাৰ ভকত বৈষ্ণৱে একে মুখে শলাগ লৈছে । _______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.