ETV Bharat / state

এটা দশক ধৰি পৰিত্যক্ত আমগুৰিৰ কুকুৰাছোৱা পানী যোগান আঁচনি - কুকুৰাছোৱা পানী যোগান আঁচনি

ফলত তিনি খনকৈ গঞা ৰাইজে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷

পৰিত্যক্ত আমগুৰিৰ কুকুৰাছোৱা পানী যোগান আঁচনি
author img

By

Published : Sep 11, 2019, 9:17 AM IST

আমগুৰি, 11 ছেপ্টেম্বৰঃ প্ৰহসনত পৰিণত হৈছে আমগুৰিৰ চোমদাৰ কুকুৰাছোৱা পানী যোগান আঁচনি ৷ বিগত 10 বছৰে বিকল হৈ আছে কুকুৰাছোৱা পানী যোগান আঁচনিখন ৷ যাৰ ফলত তিনি খনকৈ গঁঞা ৰাইজে বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷

water supply scheme at Amguri
পৰিত্যক্ত আমগুৰিৰ কুকুৰাছোৱা পানী যোগান আঁচনি

হাবি বনে আৱৰি ধৰা আঁচনিখন যোৱা 10 বছৰে পৰিত্যক্ত হৈ থকাত মেচিনসমুহ জহি-খহি যাবলৈ ধৰিছে । সেয়ে স্থানীয় সচেতন মহলে পানী যোগান আঁচনি খন আৱৰি ধৰা হাবি-বন বোৰ কাটি বাম খেতিৰ বাবে উপযোগী কৰি তুলিছে । ইপিনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আমগুৰিৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকল কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বাবে একপ্ৰকাৰ এৰাবাৰীত পৰিণত হৈছে চোমদাৰ কুকুৰাছোৱা পানী যোগান আঁচনিখন৷

Intro:Body:আমগুৰি, ১১ ছেপ্টেম্বৰ:

প্ৰহসনত পৰিণত হৈছে আমগুৰিৰ চোমদাৰ কুকুৰাছোৱা পানী যোগান আঁচনি।

যোৱা ১০ বছৰে চোমদাৰ কুকুৰাছোৱা পানী যোগান আঁচনিখন বিকল হৈ আছে। যাৰফলত, বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ কৰিব লগীয়া হৈছে তিনি খনকৈ গঞা ৰাইজে ।

উল্লেখ্য যে,আমগুৰিৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকল কুম্ভকৰ্ণ নিদ্ৰাত থকাত একপ্ৰকাৰ এৰাবাৰীত পৰিণত হৈছে চোমদাৰ কুকুৰাছোৱা পানী যোগান আঁচনিখন ।

হাবি বনে আৱৰি ধৰা আঁচনিখন যোৱা ১০ বছৰে পৰিত্যক্ত হৈ থকাত জহি খহি যাবলৈ ধৰিছে মেচিন বোৰ । ফলত স্থানীয় ৰাইজে হাবি বন কাটি বাম খেতিৰ বাবে উপযোগী কৰি তুলিছে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.