ETV Bharat / state

BREAKING NEWS:Police firing in Nagaon: নগাঁৱত আৰক্ষীৰ গুলীত আহত যুৱক

author img

By

Published : Nov 28, 2022, 10:32 PM IST

Updated : Nov 28, 2022, 11:00 PM IST

নগাঁৱত আৰক্ষীৰ গুলীচালনা((Police firing in Nagaon) ৷ এইবাৰ নিৰপৰাধী যুৱকলৈ আৰক্ষীয়ে গুলীচালনাৰ অভিযোগ ৷ আত্মীয়ৰ ঘৰৰ পৰা ঘৰলৈ ওভতাৰ বাটতে আৰক্ষীয়ে গুলীচালনা কৰে যুৱকজনক ৷

Police firing in Nagaon
Police firing in Nagaon: নগাঁৱত আৰক্ষীৰ গুলীত আহত যুৱক
  • নগাঁৱত আৰক্ষীৰ গুলীত আহত যুৱক(Youth shot by police officer)
  • আহত যুৱকজনৰ নাম ৰাজিবুল ইছলাম
  • নগাঁৱৰ ৰূপহীহাট আৰক্ষীৰ গুলীত আহত ৰাজিবুল
  • বিনা কাৰণত ৰাজিবুলক গুলীওৱাৰ অভিযোগ
    BREAKING NEWS:Police firing in Nagaon: নগাঁৱত আৰক্ষীৰ গুলীত আহত যুৱক
  • আত্মীয়ৰ ঘৰৰ পৰা ঘৰলৈ ওভতাৰ বাটতে আৰক্ষীয়ে গুলীচালনা কৰে ৰাজিবুলক
  • নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি আহত যুৱকজন(Bhogeswari Phukanani Civil Hospital)

Last Updated : Nov 28, 2022, 11:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.