কামপুৰ, 22 মাৰ্চঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনতাৰ কাৰ্ফিউৰ আহ্বানক সম্পূৰ্ণ সঁহাৰি কামপুৰৰ জনতাৰ । কামপুৰত জনশূন্য পৰিবেশ ৰেল ষ্টেচনৰ লগতে সকলো অঞ্চল ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনতাৰ কাৰফিউৰ আহ্বানক সম্পূৰ্ণ সঁহাৰি কামপুৰৰ জনতাৰ । নিমাউমাও পৰিৱেশ বিৰাজ কৰিছে কামপুৰ নগৰত । ৰাজপথত দেখিবলৈ নাই এজনো ব্যক্তি । প্ৰধান মন্ত্ৰীৰ জনতা কাৰ্ফিউ আহ্বান মৰ্মে স্বতঃস্ফুটভাৱে দোকান পোহাৰ বন্ধ ৰাখিলে ব্যৱসায়ী প্ৰতিষ্ঠান সমূহে কেৱল খোলা থাকিল ঔষধৰ বিপনী সমূহৰ । লগতে সকলো অঞ্চলতে চলাচল বন্ধ সকলো যানবাহনৰ ।