ETV Bharat / state

কলিয়াবৰত নৱ নিযুক্ত ৰাজ্যৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰক সম্বৰ্দ্ধনা - ৰাজ্যৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ

ৰাজ্যৰ মুখ্যসচিব ৰূপে নিযুক্তি লাভ কৰি অত্যন্ত সুখী অনুভৱ কৰিছে ৰাজ্যৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে (Paban Kumar Borthakur appointed new Chief Secretary) ৷ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে অনাগত দিনত সকলো কাম নিয়াৰিকে কৰি যাবলৈ ৰাইজৰ আৰ্শীবাদ আৰু সহায় বিচাৰিছে নৱ নিযুক্ত ৰাজ্যৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে ৷

Felicitated to newly appointed State Chief Secretary Paban Kumar Borthakur at Kaliabor
কলিয়াবৰত নৱ নিযুক্ত ৰাজ্যৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰক সম্বৰ্দ্ধনা
author img

By

Published : Aug 13, 2022, 10:50 PM IST

কলিয়াবৰ, 13 আগষ্ট : ‘‘পৰাধীন ভাৰতত জীৱন নিৰ্বাহ কৰা লোকসকলেহে স্বাধীনতাৰ প্ৰকৃত মৰ্ম উপলব্ধি কৰিব পাৰে । সেই উপলব্ধিক দেশৰ জনগণে যাতে হৃদয়ংগম কৰিব পাৰে, তাৰ বাবেই এই আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ শনিবাৰে কলিয়াবৰত আয়োজিত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক জনোৱা সম্বৰ্ধনা সভাত অংশ লৈ এই মন্তব্য কৰে নৱ নিযুক্ত ৰাজ্যৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে (Senior IAS officer Paban Kumar Borthakur) ৷

লগত তেওঁ কয় যে, ৰাজ্য চৰকাৰে তেওঁক ৰাজ্যৰ মুখ্যসচিব ৰূপে নিযুক্তি লাভ কৰি অত্যন্ত সুখী অনুভৱ কৰিছে (Paban Kumar Borthakur appointed new Chief Secretary) ৷ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে হাতত লোৱা সকলো আঁচনি তথা পদক্ষেপ যাতে সঠিকভাৱে ৰূপায়ন হয়, তাৰে বাবে কৰিবলগীয়া সকলোখিনি কাম অনাগত দিনত তেওঁ কৰি যাব ৷

কলিয়াবৰত নৱ নিযুক্ত ৰাজ্যৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰক সম্বৰ্দ্ধনা

যাৰ বাবে তেওঁ কলিয়াবৰ ৰাইজৰ আৰ্শীবাদ তথা সহায়-সহযোগ বিচাৰিছে ৷

উল্লেখ্য যে, শনিবাৰে কলিয়াবৰত আয়োজিত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত ৷ এই অনুষ্ঠানতে নৱ নিযুক্ত ৰাজ্যৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰকো সম্বৰ্দ্ধনা জনোৱা হয় (Felicitated to newly appointed State Chief Secretary Paban Kumar Borthakur at Kaliabor) ৷

ইফালে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰাও ছাত্ৰ সন্থাৰ কাৰ্যালয়ত নৱ-নিযুক্ত মুখ্য সচিবগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনোৱা হয় ৷

লগতে পঢ়ক : ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ সাক্ষী ঠগিৰাম বৰাৰ কথাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.