ETV Bharat / state

গুৰুজয়ন্তীৰ প্ৰাকক্ষণত নামঘৰত চুৰি কাণ্ড - 571 সংখ্যক জয়ন্তী

দেওবাৰে নিশা কলিয়াবৰৰ নলতলি গাঁৱৰ বৰ নামঘৰত চুৰি কাণ্ড ৷ দানপাত্ৰ ভাঙি লণ্ড-ভণ্ড কৰিলে চোৰে ৷

গুৰুজয়ন্তীৰ প্ৰাকক্ষণত নামঘৰত চুৰি কাণ্ড
author img

By

Published : Oct 7, 2019, 4:19 PM IST

কলিয়াবৰ, 7 অক্টোবৰঃ কলিয়াবৰৰ নলতলি গাঁৱৰ বৰ নামঘৰত চুৰি কাণ্ড ৷ গুৰু আসন, পুথি-পাঁজি, দানপাত্ৰ ভাঙি লণ্ড-ভণ্ড কৰিলে চোৰে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্ম জয়ন্তীৰ প্ৰাকক্ষণত কলিয়াবৰৰ নলতলি গাঁৱৰ বৰ নামঘৰত সংঘটিত হয় এই চুৰিকাণ্ড । নামঘৰৰ গুৰু আসন, পুথি-পাঁজি লণ্ড-ভণ্ড কৰি কাষতে থকা দানপাত্ৰ ভাঙি চোৰে লৈ যায় অৰিহণাৰ সমুদায় ধন ।

কলিয়াবৰৰ নলতলি গাঁৱৰ বৰ নামঘৰত চুৰি কাণ্ড

পুৱা গাঁৱৰ ৰাইজে নামঘৰ দানপাত্ৰৰ তলা ভঙা প্ৰত্যক্ষ কৰি চুলুং তহলদাৰী আৰক্ষী চকীত খবৰ দিয়ে । গাঁওবাসীৰ এজাহাৰৰ ভিত্তিতেই তদন্ত প্ৰক্ৰিয়া আৰম্ভ ৰাখিছে আৰক্ষীয়ে ৷ গুৰু জয়ন্তীৰ প্ৰাকক্ষণত চুৰি কাণ্ডই গাঁওবাসীক ক্ষোভিত কৰি তুলিছে ৷

Intro:গুৰুজয়ন্তীৰ প্ৰাক-ক্ষণ নামঘৰ চুৰি

দেওবাৰে নিশা কলিয়াবৰৰ নলতলি গাঁৱৰ বৰ নামঘৰত চুৰি কাণ্ড

দানপাত্ৰ ভাঙি চোৰে নিলে অৰিহণা

গুৰু আসন, পুথি-পাঁজি লণ্ড-ভণ্ডBody:মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭১ সংখ‍্যক জয়ন্তীৰ প্ৰাক-ক্ষণত কলিয়াবৰৰ নলতলি গাঁৱৰ বৰ নামঘৰত চুৰি কাণ্ড সংঘটিত হয়। নামঘৰৰ গুৰু আসন, পুথি-পাঁজি লণ্ড-ভণ্ড কৰি কাষতে থকা দানপাত্ৰ ভাঙি চোৰে অৰিহণা লৈ যায়।
পুৱা গাঁৱৰ ৰাইজে নামঘৰ চুৰি কাণ্ড প্ৰত‍্যক্ষ কৰি চুলুং তহলদাৰী আৰক্ষী চকীত খবৰ দিয়ে। আৰক্ষীয়ে গাঁওবাসীৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে।
গুৰু জয়ন্তীৰ প্ৰাক-ক্ষণত চুৰি কাণ্ডই গাঁওবাসীক ব‍্যথিত কৰি তুলিছে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.