ETV Bharat / state

এন্ধাৰনাশী ষ্ট্ৰীট লাইট এন্ধাৰৰ কৱলত

ৰাজেন গোহাঁইৰ ২৮০০০ টকীয়া ষ্ট্ৰীট লাইটৰ ফ্লপ শ্ব’ ৷ বামুনীৰ পদপথৰ লাইটবোৰ যোৱা এমাহমানৰ পৰা ন ছাৰ্ভিছ ৰূপত পৰিণত হল ৰাজেন গোহাঁইৰ ২৮০০০ টকীয়া ষ্ট্ৰীট লাইট

vxd
author img

By

Published : Mar 16, 2019, 12:13 PM IST

নগাঁও,১৬ মাৰ্চ:নগাঁৱৰ বঢ়মপুৰত উন্নয়ৰ নামত চমক । পদপথৰ কাষে কাষে লাগিছে চ'লাৰ লাইট । কিন্তু তাৎপূৰ্যপূৰ্ণ কথা এইয়ে যে বামুনীৰ পদপথৰ লাইটবোৰ যোৱা এমাহমানৰ পৰা ন’ ছাৰ্ভিছ ৰূপত পৰিণত হ’ল ৰাজেন গোহাঁইৰ ২৮০০০ টকীয়া ষ্ট্ৰীট লাইট । স্থানীয় ৰাইজৰ অভিযোগ যে, বঢ়মপুৰৰ উন্নয়ন খণ্ড আৰু পঞ্চায়তৰ বিষয়ববীয়া সকলে মিলি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি চৰকাৰৰ ধন আত্মসাৎ কৰাৰ ফলতে এই অৱস্থা হয় ষ্ট্ৰীট লাইটৰ । মন্ত্ৰী ৰাজেন গোঁহাইয়ে পঞ্চায়তৰ পদপথত কেইবাটাও ষ্ট্ৰীট লাইট লগাইছিল যদিও এমাহৰ পিছতে বিকল হৈ পৰে লাইট সমূহ ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজেন গোহাঁইৰ সমৰ্থক সকলে ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰে যে নগাঁও লোকসভা সমষ্টিত 2000 পদপথৰ লাইট যোগান ধৰে । কিন্তু সেই লাইট এই লাইট যোগান ধৰিয়ে এতিয়া নিজৰ দায়িত্ব সামৰিলে নেকি মন্ত্ৰীগৰাকীয়ে ৷ পুনৰ সক্ৰিয় হৈ উঠিবনে এইসমূহ ষ্ট্ৰীট লাইট ।

ৰাজেন গোহাঁইৰ ২৮০০০ টকীয়া ষ্ট্ৰীট লাইটৰ ফ্লপ শ্ব’

A_NGN_801-810_16MRCH_STREET_LIGHT_RAKIBUL_WAHID
VIS+BITE SEND BY FTP

Story. পদপথত লাইট আছে পোহৰ নাই। নিশা পোহৰ নিদিয়া হল ৰাজেন গোহাঁইৰ ষ্ট্ৰীট লাইটে। 
   
Ocvo.  বঢ়মপুৰত উন্নয়ৰ নামত চমক ।পদপথৰ কাষে কাষে লাগিছে চ'লাৰ লাইট। কিন্তু এতিয়া বামুনীৰ পদপথৰ লাইটবোৰ হঠাৎ নজ্বলা হল।লগাই যোৱাৰ পিছত এমাহমান জ্বলিল।তাৰ পিছৰে পৰা ন' চাৰ্ভিছ হৈ পৰিল 28000 টকীয়া লাইটবোৰ।বঢ়মপুৰৰ উন্নয়ন খণ্ড আৰু পঞ্চায়তৰ বিষয় ববীয়া মিলি নিম্ন মানৰ সামগ্ৰী ক্ৰয় কৰি চৰকাৰী ধনৰ লুন্ঠন চলোৱাৰ অভিযোগ ৰাইজৰ।

     আনফালে মন্ত্ৰী ৰাজেন গোঁহাইয়েও পঞ্চায়তটোত লগাইছিল পদপথৰ কেইবাটাও লাইত।কিন্তু একেই অবস্থা।এমাহৰ পিছতে নজলা হল লাইটবোৰ।এতিয়া ফেচবুকত ৰাজেন গোঁহাইৰ সমৰ্থকৰ প্ৰচাৰ নগাও লোকসভা সমষ্টিত দিলো 2000 পদপথৰ লাইট।কিন্তু লাইটবোৰ জ্বলিছেনে  নাই খবৰ নাই কৰোৰে।কনা হাহক পতান দি আকৌ দিল্লীলৈ উৰা মৰাৰ মন ৰাজেন গোঁহাইৰ।
Bite.
---------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ 
   16-3-19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.