ETV Bharat / state

ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, নিহত এজন

author img

By

Published : Dec 9, 2019, 11:57 AM IST

ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী টাট চাফাৰী বাহনে ট্ৰাকত খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷

NAGAON RAHA ROAD ACCIDENT ONE DEAD
ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা, নিহত 1

ৰহা, 9 ডিচেম্বৰঃ ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দ্ৰুতবেগী টাটা চাফাৰী বাহনে ট্ৰাকত খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীতে নিহত হয় টাটা চাফাৰীখনৰ চালক ৷ নিহত লোকজন হোজাইৰ 2নং কাকীৰ দেৱজিত মহন্ত বুলি চিনাক্ত কৰা হয় ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন ৷

ৰহাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা

আৰু পঢ়ক- টীয়ক,ধেমাজি,শিৱসাগৰত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

Intro:ৰহাত নিশা পথ দুৰ্ঘটনাত এজন নিহতBody:ৰহাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা পথ দুৰ্ঘটনা ।

দ্ৰুত বেগী Tata Safari Storme বাহনে খুন্দিয়ালে ট্ৰাকত ।

ঘটনাস্হলীতে নিহত হয় Tata Safari ৰ চালকজন ।

নিহত লোকজনক হোজাই জিলাৰ ২ নং কাকীৰ দেৱজিৎ মহন্ত বুলি চিনাক্ত ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্হলীৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন ।

ৰহাৰ জোঙাল বলহু গড় মীন পামৰ ৰাষ্ট্ৰীয় পথত এই দুৰ্ঘটনা ।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.