ETV Bharat / state

নগাঁৱত বাহনসহ অবৈধ কাঠ জব্দ

author img

By

Published : Nov 25, 2019, 11:06 PM IST

নগাওঁ-কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া অঞ্চলসমূহ বনজ সম্পদৰ অবৈধ বেহাৰ ঘাটিলৈ পৰিণত হৈছে ক্ৰমান্বয়ে। সোমবাৰে কাৰ্বিআংলং-নগাওঁ সীমান্তৱৰ্তী লাংখাঙত জব্দ হ'ল বৃহৎ পৰিমাণৰ চোৰাং কাঠ ৷

নগাঁৱত বাহনসহ অবৈধ কাঠ জব্দ

নগাঁও, 25 নৱেম্বৰঃ সোমবাৰে নগাঁও-কাৰ্বি-আংলং জিলাৰ সীমান্তৰ পৰা জব্দ কৰা হয় অবৈধ কাঠসহ এখন কাঠ কঢ়িওৱা বাহন ৷ এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে জিলাখনত চলি থকা বনজসম্পদৰ চোৰাং বেহাৰ কথাকেই। নগাওঁ -কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া অঞ্চলসমূহ বনজ সম্পদৰ অবৈধ বেহাৰ ঘাটিলৈ পৰিণত হৈছে ক্ৰমান্বয়ে। সোমবাৰে কাৰ্বিআংলং-নগাওঁ সীমান্তৱৰ্তী লাংখাঙত নগাঁও বনসংমণ্ডৰ নৰ্ডান ৰেঞ্জে চলোৱা এক অভিযানত পুৱা বনবিভাগৰ দলে জব্দ কৰে চোৰাংকাঠভৰ্তি AS-02AC-0209 আৰু AS-02BC-4568 নম্বৰৰ দুখন বাহন। লগতে জব্দ কৰে মজুত কৰি খা বৃহৎ পৰিমাণৰ চোৰাং কাঠ ।

লগতে পঢ়কঃডিমা হাছাও জিলাত পঞ্চায়তীৰাজ প্ৰৱৰ্তন নহয়: ডিমা হাছাও জিলা বিজেপি

Intro:বাহন সহ অবৈধ কাঠ জব্দ

নগাঁও-কাৰ্বি-আংলং জিলাৰ সীমান্তৰ পৰা জব্দ অবৈধ কাঠBody:ৰাজ্যত অব্যাহত আছে বনজসম্পদৰ চোৰাং বেহা।অসাধু চক্ৰৰ নিতৌ হ্ৰাস পাইছে ৰাজ্যৰ বনভূমি।বিশেষকৈ নগাওঁ - কাৰ্বিআংলং সীমামূৰীয়া অঞ্চলসমূহ যেন হৈ পৰিছে বনজ সম্পদৰ অবৈধ বেহাৰ ঘাটি। কাৰ্বিআংলং - নগাওঁ সীমান্তৱৰ্তী লাংখাঙত নগাওঁ বনসংমণ্ডৰ নৰ্ডান ৰেঞ্জে চলায় এক অভিযান অভিযান। সোমবাৰে পুৱা বনবিভাগৰ শালনা স্থিত নৰ্ডান ৰেঞ্জৰ দলে চলোৱা অভিযানত জব্দ কৰে চোৰাংকাঠভৰ্তি এ এচ০২ এচি - ০২০৯ আৰু এ এচ০২বিচি - ৪৫৮৬ নম্বৰৰ দুখন বাহন। লগতে জব্দ কৰে মজুত কৰিৰখা বৃহৎ পৰিমাণৰ চোৰাং কাঠ।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.