ETV Bharat / state

দিপাৱলীত নগাঁও মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ - দিপাৱলীত নগাঁও মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ

শব্দৰ বিপৰীতে পোহৰৰ উৎসৱ হিচাপে দীপাৱলী উদযাপনৰ বাবে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শুকুৰবাৰে এক মানৱ শৃংখলৰ সৃষ্টি কৰি প্ৰদূষণ ৰোধ কৰিবলৈ সজাগতা চলাই ৷

দিপাৱলীত নগাঁও মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ
author img

By

Published : Oct 25, 2019, 8:29 PM IST

নগাঁও, 25 অক্টোবৰঃ দিপাৱলী লৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত বজাৰ ভৰিছে ফটকা,আতচবাজীৰে ৷ দিপাৱলীৰ সময়ছোৱাত শব্দৰ বিপৰীতে পোহৰৰ উৎসৱ হিচাপে দীপাৱলী উদযাপনৰ বাবে নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শুকুৰবাৰে এক মানৱ শৃংখলৰ সৃষ্টি কৰি প্ৰদূষণ ৰোধ কৰিবলৈ সজাগতা চলাই ৷

Nagaon College Student Awareness for polution free dewali
মানৱ শৃংখলৰ সৃষ্টি কৰা মূহুৰ্তত মহাবিদ্যালয়ৰ একাংশ ছাত্ৰী
প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে দীপাৱলীৰ প্ৰাকমহুৰ্তত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। ফটকা আতচবাজীৰ শব্দয়ে সৃষ্টি কৰা প্ৰদূষণে জীৱকূলৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেক বছৰেই দীপাৱলীৰ প্ৰাকমূহুৰ্তত গ্ৰহণ কৰি আহিছে বিভিন্ন সজাগতামূলক কাৰ্যসূচী।মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ প্রচেষ্টাত ছাত্ৰ ছাত্ৰীয়ে এইদৰে প্ৰদূষণমুক্ত দীপাৱলী উদযাপনৰ বাবে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।
দিপাৱলীত নগাঁও মহাবিদ্যালয়ৰ বিশেষ পদক্ষেপ

লগতে চাওকঃ ৰাজ্যত চোৰাং গৰু,কয়লাৰ ৰমৰমীয়া ব্যৱসায়

Intro:শব্দৰ বিপৰীতে পোহৰৰ উৎসৱ হিচাপে দীপাৱলী উদযাপনৰ বাবে নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মানৱ শৃংখল। প্ৰদূষণ ৰোধ কৰিবলৈ ছাত্ৰ ছাত্ৰীৰ সজাগতা।

Body:প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে দীপাৱলীৰ প্ৰকমহুৰ্তত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ঐতিহ্যমণ্ডিত নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। ফটকা আঁতচবাজিৰ শব্দয়ে সৃষ্টি কৰা প্ৰদূষণে জীৱকুলৰ প্ৰতি কঢ়িয়াই অনা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখিয়েই নগাওঁ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেক বছৰেই দীপাৱলীৰ আগমহুৰ্তত গ্ৰহণ কৰি আহিছে বিভিন্ন সঁজাগতামূলক কাৰ্য্যসূচী। এইবছৰো ফটকাৰ শব্দৰে প্ৰদূষণ সৃষ্টি কৰাৰ বিপৰীতে কেৱল পোহৰৰ উৎসৱ হিচাপে দীপাৱলী উদযাপনৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ উদ্যোগত গ্ৰহণ কৰিছে মানৱ শৃংখল কাৰ্য্যসূচী। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীৰ প্রচেষ্টাত ছাত্ৰ ছাত্ৰীয়ে এইদৰে প্ৰদূষণমুক্ত দীপাৱলী উদযাপনৰ বাবে সঁজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰি1আহিছে।
bite, অধ্যক্ষ, ছাত্ৰী।
----------------------------–--------–----–--――–------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২৫-১০-১৯

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.