ETV Bharat / state

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী - জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী

নগাওঁ গড়কাপ্তানী বিভাগত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ ৷ বিভাগটোৰ অভিযুক্ত বিষয়া কৰ্মচাৰীৰ লগতে পথ নিমাৰ্ণ কৰা ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী সংগঠনৰ

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী
author img

By

Published : Sep 10, 2019, 7:45 PM IST

Updated : Sep 10, 2019, 7:54 PM IST

নগাঁও, 10 ছেপ্তেম্বৰ : নগাওঁ গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী । প্ৰতিবাদত উত্তাল গড়কাপ্তানী বিভাগৰ কাৰ্যালয় । ইয়াৰ পূৰ্বে নগাওঁ গড়কাপ্তানী বিভাগত পথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে তথ্য বিচাৰিছিল কাৰ্যালয়টোৰ পৰা । গড়কাপ্তানী বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা,কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে তথ্য বিচাৰি যোৱা সংগঠনটোৰ নেতা কৰ্মীক অপদস্থ কৰাৰ লগতে গুলীয়াই মৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন সংগঠনটোৰ । উক্ত অভিযোগৰ ভিত্তিত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত মঙলবাৰে বিভাগটোৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । বিক্ষোভ কাৰ্যসূচীত বিভাগটোৰ অভিযুক্ত বিষয়া কৰ্মচাৰীৰ লগতে অভিযুক্ত ঠিকাদাৰক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ৷

Intro:নগাওঁ গড়কাপ্তানি বিভাগৰ কাৰ্য্যালয়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিক্ষোভ কাৰ্য্যসূচী। প্ৰতিবাদত উত্তাল গড়কাপ্তানি বিভাগৰ কাৰ্য্যালয়। নগাওঁ গড়কাপ্তানি বিভাগত পথ নিৰ্মাণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি সংঘটনটোৱে তথ্য বিচাৰিছিল কাৰ্য্যালয়টোৰ পৰা। তথ্য বিচৰা সংঘটনটোৰ নেতা কৰ্মীক অপদস্থ কৰাৰ লগতে গুলীয়াই মৰাৰ ভাবুকি দিয়াৰ অভিযোগ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা, কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে। আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত মঙলবাৰে বিভাগটোৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সময়তে কাৰ্য্যালয়টোৰ এগৰাকী অভিযুক্ত কৰ্মচাৰীৰ কন্যাই সংগঠনটোক ইতিকিং কৰাৰ অভিযোগত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিভাগটোৰ অভিযুক্ত বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰৰ দাবীত গ্ৰহণ কৰে এই বিক্ষোভ কাৰ্য্যসূচী।
bite,
--------------------------------------------;;;;-----------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১০-৯-১৯

Body:ৰাজ্যিক পথ সংমণ্ডলৰ নগাওঁ কাৰ্যবাহী অভিযন্তাৰ কাৰ্য্যালয়ত বিক্ষোভ কাৰ্য্যসূচী গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে।

Conclusion:
Last Updated : Sep 10, 2019, 7:54 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.