ETV Bharat / state

সামৰণি পৰিল জখলাবন্ধাৰ বিহু কৰ্মশালা - বিহুগুৰু ডা০ প্ৰসন্ন গগৈ

কি উজনি কি নামনি সকলোতে এতিয়া বিহুক আদৰাৰ প্ৰস্তুতি ৷ আন আন ঠাইসমূহৰ সমান্তৰালকৈ কলিয়াবৰৰ জখলাবন্ধাতো দেখিবলৈ পোৱা গৈছে বিহুৰ ব্যস্ততা ৷ জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ বিহু দলৰ ব‍্যৱস্থাপনাত মিলন সংঘৰ বাকৰিত বিহু গুৰু ডা০ প্ৰসন্ন গগৈৰ তত্বাৱধান আয়োজিত হোৱা বিহু কৰ্মশালাখনৰ সামৰণি পৰিল দেওবাৰে ৷

সামৰণি পৰিল জখলাবন্ধাৰ বিহু কৰ্মশালা
সামৰণি পৰিল জখলাবন্ধাৰ বিহু কৰ্মশালা
author img

By

Published : Apr 5, 2021, 10:35 AM IST

নগাঁও,5 এপ্ৰিল: ৰাজ‍্যত বিধানসভা নিৰ্বাচনৰ সমান্তৰালকৈ চলিছে ৰঙালীক আদৰাৰ প্ৰস্তুতি । ৰাজ‍্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ৷ কি উজনি কি নামনি সকলোতে এতিয়া বিহুক আদৰাৰ প্ৰস্তুতি ৷ আন আন ঠাইসমূহৰ সমান্তৰালকৈ কলিয়াবৰৰ জখলাবন্ধাতো দেখিবলৈ পোৱা গৈছে বিহুৰ ব্যস্ততা ৷ জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ বিহু দলৰ ব‍্যৱস্থাপনাত মিলন সংঘৰ বাকৰিত বিহু গুৰু ডা০ প্ৰসন্ন গগৈৰ তত্বাৱধান আয়োজিত হোৱা বিহু কৰ্মশালাখনৰ সামৰণি পৰিল দেওবাৰে ৷

সামৰণি পৰিল জখলাবন্ধাৰ বিহু কৰ্মশালা

30 মাৰ্চৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনত বিহু নাচ, বিহু বাদ‍্য আৰু জেং বিহুৰ প্ৰশিক্ষণ দিয়াৰ লগতে বাপতি সাহোন বিহু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন দিশত প্ৰশিক্ষাৰ্থীসকলক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা জনায় ৷ এই বিহু কৰ্মশালাখনত মুখ‍্য প্ৰশিক্ষক ৰূপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ‍্যাতিসম্পন্ন লোক-সংস্কৃতিৰ সেৱক বিহু গুৰু ডা০ প্ৰসন্ন গগৈৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰশিক্ষকসকল । কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসমৰ বিশিষ্ট বিহু শিল্পী বিপুল চেতিয়া ফুকন ।

লগতে পঢ়ক: মাজুলীত বিহু নৃত্য, গীত আৰু ঢোল বাদনৰ কৰ্মশালা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.