ETV Bharat / state

অষ্টম শ্ৰেণীৰ ছাত্ৰৰ চমক: সাজি উলিয়ালে নাৰিকল ৰোকা যন্ত্ৰ - নাৰিকল ৰোকা যন্ত্ৰ আৰু বায়ু পদ্ধতিৰে চালিত এক্সকেভেটৰ

পেলনীয়া সামগ্ৰীৰে দৰঙৰ মনজিৎ কলিতাই উদ্ভাৱন কৰিলে নাৰিকল ৰোকা যন্ত্ৰ আৰু বায়ু পদ্ধতিৰে চালিত এক্সকেভেটৰ ৷ ছাত্ৰজনে নাৰিকল ৰোকা যন্ত্ৰটোৰ নাম দিছে 'GRATED COCONUT' ৷

অষ্টম শ্ৰেণীৰ ছাত্ৰৰ চমক
author img

By

Published : Nov 23, 2019, 5:48 PM IST

Updated : Nov 23, 2019, 7:41 PM IST

দৰং, 23 নৱেম্বৰ : সৃষ্টিশীল মনৰ অন্যান্য প্ৰতিভাশীল এজন ছাত্ৰ ৷ ছাত্ৰজন নগাঁও আঞ্চলিক হাইস্কুলৰ অষ্টম শ্ৰেণীৰ মনজিৎ কলিতা ৷ পেলনীয়া সামগ্ৰীৰে ছাত্ৰজনে তৈয়াৰ কৰিছে নাৰিকল ৰোকা যন্ত্ৰ আৰু বায়ু পদ্ধতিৰে চালিত এক্সকেভেটৰ ৷ মনজিতে নাৰিকল ৰোকা যন্ত্ৰটোৰ ইংৰাজীত নাম দিছে 'GRATED COCONUT' ৷ ছাত্ৰজনৰ ঘৰ দৰঙত ৷

অষ্টম শ্ৰেণীৰ ছাত্ৰৰ চমক

যন্ত্ৰটোৰে অতি সময়ৰ ভিতৰতে নাৰিকল ৰোকিব পৰা যাব ৷ সৃষ্টিশীল মনৰ অধিকাৰী মনজিতে সৰুৰে পৰা মাতৃৰ নাৰিকল ৰোকাৰ কষ্ট আৰু সময় লাঘৱ কৰিবৰ বাবে চেষ্টা কৰি আহিছিল ৷ শনিবাৰে ছাত্ৰজনে শিক্ষা গ্ৰহণ কৰি থকা বিদ্যালয়খনত যন্ত্ৰটো ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আনুষ্ঠানিকভাৱে প্ৰদৰ্শন কৰে ৷ মেধাসম্পন্ন অনন্য প্ৰতিভাৰ গৰাকী ছাত্ৰজনৰ এই উদ্ভাৱনত আনন্দিত হৈছে বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীসকল ৷

ছাত্ৰজনে সাজি উলিয়াইছে নাৰিকল ৰোকা যন্ত্ৰ

ছাত্ৰজনে নাৰিকল ৰোকা যন্ত্ৰৰ লগতে পেলনীয়া সামগ্ৰীৰে সাজি উলিয়াইছে এক্সকেভেটৰ ৷ সম্পূৰ্ণৰূপে পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰা যন্ত্ৰটো বায়ু পদ্ধতিৰে চালিত ৷

ছাত্ৰজনৰ উদ্ভাৱনত আনন্দিত শিক্ষক-শিক্ষয়িত্ৰী

লগতে পঢ়কঃনামবৰ বিজুলী বনাঞ্চলত বনৰীয়া হাতীৰ বাবে কলপুলি ৰোপন

Intro:এক্সকেভেটৰ আৰু নাৰিকল ৰোকা যন্ত্ৰ উদ্ভাৱন অষ্টম শ্ৰেণীৰ ছাত্ৰৰ ৷

সৃষ্টিশীল মনৰ অনন্যা প্ৰতিভা এজন ছাত্ৰৰ ৷

দৰঙৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মন্‌জিৎ কলিতাৰ চমক ৷

পেলনীয়া সামগ্ৰীৰে উদ্ভাৱন কৰিলে নাৰিকল ৰোকা যন্ত্ৰ আৰু বায়ু পদ্ধতিৰে চালিত এক্সকেভেটৰ ৷
দৰঙৰ নগাঁও আঞ্চলিক হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৷

Body:বায়ু পদ্ধতিৰে চালসৃষ্টিশীল মনৰ অনন্যা প্ৰতিভা দৰঙৰ এজন ছাত্ৰৰ ৷ নগাঁও আঞ্চলিক হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মন্‌জিৎ কলিতাৰ চমক ৷ ছাত্ৰ গৰাকীয়ে উদ্ভাৱন কৰিছে নাৰিকল ৰোকা যন্ত্ৰ ৷ পেলনীয়া সামগ্ৰীৰে তৈয়াৰ কৰা যন্ত্ৰটিত কম সময়ৰ ভিতৰত ৰুকিব পৰা যায় নাৰিকল ৷ মাতৃৰ প্ৰতি থকা মৰমেই ছাত্ৰ জনৰ যন্ত্ৰটি উদ্ভাৱনৰ মুল উৎস লগতে ছাত্ৰ জনে উদ্ভাৱন কৰিছিল বায়ু পদ্ধতিৰে চালিত এক্সকেভেটৰ ৷ ছাত্ৰজনে শেহতীয়া ভাৱে উদ্ভাৱন কৰা যন্ত্ৰটি বিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীৰ সন্মুখত কৰিলে আনুস্থানিকভাবে প্ৰদৰ্শন ৷ মেধাসম্পন্ন অনন্য প্ৰতিভাৰ গৰাকী মন্‌জিতে অংকন কৰে সুন্দৰ ছবি ৷Conclusion:এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ছাত্ৰ জন৷
Debabrat goswami
Last Updated : Nov 23, 2019, 7:41 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.