ETV Bharat / state

নিমাওমাও গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা - নিমাওমাও গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

এইবেলি বহাগ মাহতো নিমাওমাও গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ৷ লক ডাউনৰ বাবেই বটদ্ৰৱাত আগমণ ঘটা নাই তীৰ্থযাত্ৰীৰ ৷

lock down affect at Batadrava
নিমাওমাও গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা
author img

By

Published : Apr 24, 2020, 12:51 PM IST

বটদ্ৰৱা,24 এপ্ৰিলঃ আৰম্ভ হৈছে অসমীয়া নববৰ্ষৰ বহাগ মাহ ৷ কিন্তু এইবেলি বহাগ মাহতো নিমাওমাও গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা ৷ প্ৰতি বছৰে নবৰ্ষত নাম-প্ৰসংগৰ ধ্বনিত মুখৰিত হৈ থাকে বটদ্ৰৱা থান ৷ হাতে হাতে শৰাই,নৈবদ্য লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমণত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হয় ৷ কিন্তু এইবেলি লক ডাউনৰ বাবেই বটদ্ৰৱাত আগমণ ঘটা নাই তীৰ্থযাত্ৰীৰ ৷

নিমাওমাও গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা

আনহাতে,কেৱল পৰম্পৰা ৰক্ষা কৰিহে থানখনত প্ৰতিদিনে চলি আছে নাম প্ৰসংগ,গুৰু বন্দনা। চৰকাৰী নিৰ্দেশনা মতেই তিনি-চাৰিজন থানৰ ভকতে চলাই আছে বটদ্ৰৱা থানৰ পৰম্পৰাগত চৈধ্য প্ৰসংগ।

লগতে পঢ়ক-গোলাঘাটত সমুখ সমৰত বন্যহস্তী আৰু মানুহ!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.