ETV Bharat / state

পৰ্যটকৰ বাবে মুকলি লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য - Lawkhowa and Burha Sapori wildlife sanctuary open for the tourists

2019-20 পৰ্যটন বৰ্ষৰ বাবে মুকলি হ'ল লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য ৷ অভয়াৰণ্য কতৃপক্ষৰ ভাষ্য অনুসৰি, পৰ্যটকৰ বাবে অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই প্ৰথমবাৰ পৰীক্ষামূলকভাৱে ব্ৰহ্মপুত্ৰৰ মাজৰ বালিৰ চৰত এটা অস্থায়ী শিৱিৰ স্থাপন কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

পৰ্যটকৰ বাবে মুকলি লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য
author img

By

Published : Nov 9, 2019, 1:55 AM IST

নগাঁও, 8 নৱেম্বৰঃ শুকুৰবাৰৰ পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ'ল লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য । এই অনুষ্ঠানত অসমৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এ.এম. সিঙে ফিটা কাটি 2019-20 পৰ্যটন বৰ্ষৰ বাবে অভয়াৰণ্যখনৰ শুভ উদ্বোধন কৰে ৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে মুখ্য বন্যপ্ৰাণী তত্বাৱধায়ক টি.ভি. ৰেড্ডী, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰৰ লগতে কেইবাগৰাকীও শীৰ্ষ বন বিষয়া উপস্থিত থাকে । অভয়াৰণ্য কতৃপক্ষৰ ভাষ্য অনুসৰি, পৰ্যটকৰ বাবে অভয়াৰণ্যখনৰ কৰ্তৃপক্ষই প্ৰথমবাৰ পৰীক্ষামূলকভাৱে ব্ৰহ্মপুত্ৰৰ মাজৰ বালিৰ চৰত এটা অস্থায়ী শিৱিৰ স্থাপন কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷

পৰ্যটকৰ বাবে মুকলি লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য

আগন্তুক দিনত "বুঢ়াচাপৰি শীতকালীন উৎসৱ" অনুষ্ঠিত কৰি পৰ্যটকক বিশেষভাৱে আৰ্কষিত কৰাৰো পৰিকল্পনা গ্ৰহণ কৰিছে ৰাজ্যিক বনবিভাগে ৷ ইয়াৰোপৰি পৰ্যটকৰ থকা-খোৱাৰ বাবে অত্যাধুনিক অস্থায়ী কেম্প, স্পীড বোট, জীপ চাফাৰী আদি কেইবাটাও নতুন পদক্ষেপেৰে পৰ্যটকক আৰ্কষণ কৰাৰ বিশেষ চেষ্টা হাতত লোৱা বুলি বন বিভাগৰ শীৰ্ষ বিষয়াদ্বয়ে সংবাদ মাধ্যমক অৱগত কৰে ৷

আৰু পঢ়ক পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙাৰ বুঢ়াপাহাৰ ৰেঞ্জ

Intro:ৰূপজ্যোতি কুৰ্মী, অনিল ৰাজাক উভতি ধৰি নগাঁৱত ৰকিবুল হুছেইনৰ সংবাদ মেল। গনভিত্তি নথকা একাংশই কংগ্ৰেছ থাকিও কৰে বিসম্বাদ। ৰকিবুল হুছেইনে ৰাজহুৱা কৰিলে দুটাকৈ বিস্ফোৰক অডিও ক্লিপ।

Body:কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ৰকিবুল হুছেইনক গেলা আলু আখ্যা দিয়াৰ লগতে অনিল ৰাজায়ো শুক্ৰবাৰে সংবাদ মেলৰ আয়োজন কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছতেই ৰকিবুল হুছেইনেও নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি নাম নোলোৱাকৈ উভতি ধৰে ৰূপজ্যোতি কুর্মী আৰু অনিল ৰাজাক। নিজকে সুগন্ধি আলু বুলি ভৱা একাংশৰ সমষ্টিত নাই কোনো অস্তিত্ব । কিছুদিন পূৰ্বে বিজেপিত যোগদানৰ চেষ্টা কৰিও বিজেপিত স্থান লাভ নকৰাৰ পিছত এতিয়া কংগ্ৰেছত আৰম্ভ কৰিছে বিসম্বাদ। ইপিনে অনিল ৰাজাকো উভতি ধৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সংবাদ মেলত কৰে কেবাটাও বিস্ফোৰক মন্তব্য। একালৰ সতীৰ্থ অনিল ৰাজাক চোকা সমালোচনা কৰি ৰকিবুল হুছেইনে ৰাজহুৱা কৰিলে দুটাকৈ বিস্ফোৰক অডিও ক্লিপ। অডিও ক্লিপ টোত ৰকিবুল হুছেইনৰ পূৰ্বৰ এগৰাকী দেহৰক্ষী আৰু অনিল ৰাজাৰ মাজত হোৱা কথোপথন। ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাই অনা অগাধ সম্পত্তিৰ অভিযোগত সাঙোৰ খাইছিল এইগৰাকী আৰক্ষীৰ নাম । ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগত আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত থকাৰো অভিযোগ কৰি ৰকিবুল হুছেইনে ৰাজহুৱা কৰে অডিও ক্লিপটো। কংগ্ৰেছৰ হাইকামণ্ড ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নেতৃত্ব সন্ধৰ্ভতো মন্তব্য কৰে ৰকিবুল হুছেইনে। দিল্লী নেতৃত্বই সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।
bite , ৰকিবুল হুছেইন।

Conclusion:আনহাতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিবলৈ গৈ অনিল ৰাজাই স্বাধীনতা সংগ্ৰামী উমা ফুকনৰ প্ৰসংগ উত্থাপন কৰা কাৰ্যক গৰিহণা দিয়ে উমা ফুকনৰ পৰিয়ালে। ভৱিষ্যতে ৰাজনৈতিক দণ্ডত উমা ফুকনৰ নাম ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে উমা ফুকনৰ কণ্যা বিভা ফুকনে।
bite ,বিভা ফুকন
--------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৮-১১-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.