ETV Bharat / state

লাওখোৱাত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন বৃদ্ধই

author img

By

Published : Apr 11, 2021, 1:41 PM IST

চামগুৰিৰ লাওখোৱাত শোকাৱহ পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী ৷ দুৰ্ঘটনাত আহত হৈছে এগৰাকী মহিলা ৷

laokhowa-road-accident
লাওখোৱাত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন

চামগুৰি, 11 এপ্ৰিল : চামগুৰিৰ লাওখোৱাত দেওবাৰে সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা ৷ অচিনাক্ত বাহনে মহতিয়াই নিলে এজন বৃদ্ধ বাইক আৰোহীৰ লগতে এগৰাকী মহিলাক ৷ উক্ত দুৰ্ঘটনাত থিতাতে নিহত হৈছে বাইক আৰোহীজন ৷ আনহাতে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে মহিলাগৰাকী ৷ আঘাতপ্ৰাপ্ত মহিলা গৰাকীক ততাতয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

laokhowa-road-accident
লাওখোৱাত শোকাৱহ পথ দুৰ্ঘটনা, নিহত এজন

ইফালে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনে ৷ এই পৰ্যন্ত জানিব পৰা হোৱা নাই নিহত ব্যক্তিগৰাকীৰ পৰিচয় ৷

লগতে পঢ়ক: লংকাত লক্ষাধিক টকাৰ চোৰাং কাঠসহ মেচিন জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.