ETV Bharat / state

কোৱাৰেণ্টাইনৰ ব্যৱস্থা প্রতিবাদ দমনৰ কৌশল : ৰাজু বৰা

author img

By

Published : Jun 9, 2020, 8:31 PM IST

গণতান্ত্রিক প্রতিবাদী সত্তাক ৰোধ কৰাৰ বাবে চৰকাৰে লোৱা নতুন কৌশলক তীব্ৰ গৰিহণা কৃষক মুক্ত সংগ্ৰাম সমিতিৰ । চৰকাৰৰ স্বৈচ্ছাচাৰী শাসনেৰে গ্ৰেপ্তাৰ কৰা চাৰি নেতাক জৱৰদস্তি 14 দিনৰ হ'ম কোৱাৰেণ্টাইন দিয়াকলৈও অসন্তুষ্টি ব্য়ক্ত কৰে দলটোৰ সভাপতি ৰাজু বৰাই ।

KMSS president Raju Bora reaction on govt. new tactics

বঢ়মপুৰ, 9 জুনঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰি নেতাক গ্ৰেপ্তাৰ কৰি চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা এক পদক্ষেপক তীব্ৰ গৰিহণা প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাই । কামপুৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সভাপতিগৰাকীয়ে ৷

কামপুৰত কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ প্ৰতিক্ৰিয়া

গণতান্ত্রিক প্রতিবাদী সত্তাক ৰোধ কৰাৰ বাবে চৰকাৰে লোৱা নতুন কৌশলক গৰিহণা দিয়ে সভাপতিগৰাকীয়ে । লগতে অখিল গগৈ সহ কা আন্দোলনত গ্ৰেপ্তাৰ হোৱা ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰি চাৰি আন্দোলনকাৰীক জৱৰদস্তি 14 দিন হ'ম কোৱাৰেন্টাইন দিয়া কাৰ্যকো তীব্ৰ সমালোচনা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু 1 বৰাই ৷ আনহাতে প্রতিবাদ দমনৰ কৌশল হিচাপে কোৱাৰেণ্টাইনৰ চেষ্টা কৰাকলৈ চৰকাৰক সকীয়নি দিলে কৃষক মুক্তিৰ সভাপতিগৰাকীয়ে ৷

লগতে চাওকঃ উচ্চ শিক্ষাৰ বাবে আৰ্থিক দৈন্যতা হেঙাৰ হৈ পৰিব নেকি স্নেহা চক্ৰৱৰ্তীৰ বাবে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.