ETV Bharat / state

তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধত স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী

author img

By

Published : Nov 10, 2020, 10:22 AM IST

মঙলবাৰে তিৱা ছাত্ৰ সন্থাই আহ্বান জনোৱা মধ্য অসম বন্ধত স্তব্ধ হৈ পৰিল নগাওঁ জিলাৰ কঠীয়াতলী । বন্ধৰ সময়ছোৱাত যানবাহনৰ চলাচল বন্ধ থকাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহো বন্ধ থকা পৰিলক্ষিত হয় ৷

তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধত স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী
তিৱা ছাত্ৰ সন্থাৰ মধ্য অসম বন্ধত স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী

বৰহমপুৰ,10 নৱেম্বৰঃ মঙলবাৰে তিৱা ছাত্ৰ সন্থাই আহ্বান জনোৱা মধ্য অসম বন্ধত স্তব্ধ হৈ পৰে নগাঁও জিলাৰ কঠীয়াতলী । তিৱা জনগোষ্ঠীৰ কেইবাটাও দাবীত এই বন্ধৰ আহ্বান জনাই সংগঠনটোৱে ৷

বন্ধৰ সময়ছোৱাত কঠিয়াতলীত প্ৰভাৱ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা যায় ৷ দুই এখন ব্যক্তিগত যান-বাহন চলাচল কৰিছে যদিও যাত্ৰীবাহী বাহনসমূহ চলাচল সম্পূৰ্ণৰূপে বন্ধ আছে । পুৱাৰে পৰা সক্ৰিয় হৈ আছে আৰক্ষী অৰ্ধ সাময়িক বাহিনী ।

স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী
স্তব্ধ নগাওঁ জিলাৰ কঠীয়াতলী

পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘন্টীয়া মধ্য অসম বন্ধৰ আহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ ৷ অসম ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইন ২০১৭ বাতিল ৷ ষষ্ঠ অনুসুচীভুক্ত স্বায়ত্ব শাসন প্ৰদান আৰু তিৱা স্বায়ত্ব পৰিষদৰ পৰা বাদ পৰা তিৱা অধ্যুষিত গাঁও সমূহক অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰা আদি কেইবাটাও দাবী তিৱা ছাত্ৰ সন্থাই জনাইছে ১২ ঘন্টীয়া মধ্য অসম বন্ধৰ আহ্বান ৷ \

লগতে চাওকঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.