ETV Bharat / state

নগাঁৱৰ ডিও কেয়াৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

ৰোগীৰ শালীনতা হানি চেষ্টা চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি ব্যক্তিগত নাৰ্ছিং হোমখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

Heated Situation at Nagaon Dio nursing home
নগাঁৱৰ ডিও কেয়াৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Nov 10, 2020, 7:20 PM IST

নগাঁও, 10 নৱেম্বৰ: নগাঁৱৰ ডিও কেয়াৰ নাৰ্ছিং হোমত মঙলবাৰে এগৰাকী মহিলা ৰোগীৰ শালীনতা হানি চেষ্টা চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । নাৰ্ছিং হোমখনত এগৰাকী মহিলা ৰোগীৰ এক্স ৰে কৰাৰ সময়ত নাৰ্ছিং হোমখনৰ কৰ্মচাৰী অমূল্য দেৱনাথে শৰীৰত হাত দিয়াৰ অভিযোগ উঠিছে । এই অভিযোগক কেন্দ্ৰ কৰি মহিলা গৰাকীৰ আত্মীয়ই আক্ৰমণ কৰে অভিযুক্ত কৰ্মচাৰী অমূল্য দেৱনাথক ।

নগাঁৱৰ ডিও কেয়াৰ নাৰ্ছিং হোমত উত্তপ্ত পৰিস্থিতি

ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । আৰক্ষীয়ে ঘটনাৰ তদন্তৰ বাবে অভিযুক্ত কৰ্মচাৰী অমূল্য দেৱনাথকো আটক কৰে । আনহাতে কৰ্মচাৰীজনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ ভিত্তিহীন বুলি দাবী কৰে চিকিৎসালয়খনৰ স্বত্বাধিকাৰী তথা চিকিৎসক ফৰিদুল হুছেইনে ।

লগতে পঢ়ক : মুম্বাই আৰক্ষীৰ চমনৰ পাছতো থানাত উপস্থিত নহ’ল কংগনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.