ETV Bharat / state

কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আমন্ত্ৰণ মূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত

author img

By

Published : Jan 20, 2021, 9:53 AM IST

পুন প্ৰথম বাৰৰ বাবে কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । যুগল প্ৰসাদ গোস্বামী আৰু দীন নাথ হাজৰিকা সোঁৱৰণী আমন্ত্ৰণ মূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাগীৰোড, মৰিগাঁও, নগাঁও, কাৰ্বি আংলংকে ধৰি ৰাজ্যৰ আগশাৰী আঠটাকৈ দলে অংশ গ্ৰহণ কৰে।

কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আমন্ত্ৰণ মূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত
কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত আমন্ত্ৰণ মূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত

বঢ়মপুৰ,20 জানুৱাৰীঃ নগাঁও জিলাৰ কামপুৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত আমন্ত্ৰণ মূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আয়োজন । পুন প্ৰথম বাৰৰ বাবে কামপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । যুগল প্ৰসাদ গোস্বামী আৰু দীন নাথ হাজৰিকা সোঁৱৰণী আমন্ত্ৰণ মূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাগীৰোড, মৰিগাঁও, নগাঁও, কাৰ্বি আংলংকে ধৰি ৰাজ্যৰ আগশাৰী আঠটাকৈ দলে অংশ গ্ৰহণ কৰে।

মঙলবাৰে নগাঁও প্ৰভা গোষ্ঠী আৰু কামপুৰ ষ্টুডেন্ট ক্লাৱৰ মাজত অনুষ্ঠিত খেল খনত নিৰ্ধাৰিত সময়লৈ ৫-০ গ'লৰ ব্যৱধানত কামপুৰ ষ্টুডেন্ট ক্লাব জয়ী হয়। ইপিনে তীব্ৰ প্ৰতিদ্বন্দিতা মূলক ফুটবল খেলখনত যথেষ্ট সংখ্যক দৰ্শক উপস্থিত থাকি খেলখন উপভোগ কৰে।

লগতে পঢ়কঃ কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাঃ আহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.