বটদ্ৰৱা, 16 এপ্ৰিলঃ নগাঁৱৰ ধিঙৰ তেতেলিগুৰিত বিহুৰ ভোজভাত সংঘটিত বিষক্ৰিয়া ৷ খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত গাঁওখনৰ 14জন লোক অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷ বিহু উপলক্ষে মঙলবাৰে গাঁওখনত আয়োজন কৰা ভোজভাতৰ মাছ-মাংস খোৱাৰ পাচতে একাংশ লোকে বমি কৰিবলৈ লয় ৷ অসুস্থ লোককেইজনক ধিং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ ফৰ্মেলিনযুক্ত মাছ খোৱাৰ ফলতে খাদ্যৰ বিষক্ৰিয়া হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
বিহুৰ ভোজভাতত বিষক্ৰিয়া - feast
নগাঁৱৰ ধিঙৰ তেতেলিগুৰিত বিহুৰ ভোজভাত সংঘটিত বিষক্ৰিয়া ৷ খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত গাঁওখনৰ 14জন লোক অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷ বিহু উপলক্ষে মঙলবাৰে গাঁওখনত আয়োজন কৰা ভোজভাতৰ মাছ-মাংস খোৱাৰ পাচতে একাংশ লোকে বমি কৰিবলৈ লয় ৷
বিহুৰ ভোজভাতত বিষক্ৰিয়া
বটদ্ৰৱা, 16 এপ্ৰিলঃ নগাঁৱৰ ধিঙৰ তেতেলিগুৰিত বিহুৰ ভোজভাত সংঘটিত বিষক্ৰিয়া ৷ খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত গাঁওখনৰ 14জন লোক অসুস্থ হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে ৷ বিহু উপলক্ষে মঙলবাৰে গাঁওখনত আয়োজন কৰা ভোজভাতৰ মাছ-মাংস খোৱাৰ পাচতে একাংশ লোকে বমি কৰিবলৈ লয় ৷ অসুস্থ লোককেইজনক ধিং প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় ৷ ফৰ্মেলিনযুক্ত মাছ খোৱাৰ ফলতে খাদ্যৰ বিষক্ৰিয়া হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷
Intro:নগাঁও জিলাৰ ধিঙৰ তেতেলি গুৰিত বিহুৰ ভোজ ভাতত বিষক্রিয়া । চিকিৎসাধীন ১৪ জন । Body:নগাঁও জিলাৰ ধিঙৰ তেতেলি গুৰিত বিহুৰ আনন্দ উল্লাসৰ মাজতেই খাদ্যত বিষক্রিয়া হৈ ১৪ জনকৈ লোক চিকিৎসাধীন হবলগীয়া হৈছে । ৰঙালী বিহু উপলক্ষে গাওঁ খনৰ একাংশ লোকে আয়োজন কৰিছিল ভোজ ভাতৰ । সেই ভোজ ভাত খাই পুৰুষ মহিলা আৰু শিশুকে ধৰি ১৪ জনতকৈও অধিক লোক অসুস্থ হৈ পৰে । মাছ ,মাংস খোৱাৰ পিছতেই লোক সকলে বমি কৰিবলৈ ধৰে । লোক কেইজনৰ অৱস্থা সংকটজনক হোৱাত আটাইকেইজনকে ধিং এফ আৰ ইউত ভৰ্ত্তি কৰোৱা হয় । স্হানীয় লোকে ফৰৰ্মেলিন যুক্ত মাছ খোৱাৰ বাবেই খাদ্যত বিষক্রিয়া সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে ।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion: