ETV Bharat / state

বানত মৃত্যু হোৱা জীতেনৰ পৰিয়াললৈ 4 লাখ টকাৰ সাহায্য - কলিয়াবৰ

কলিয়াবৰত বানত প্ৰাণ হেৰুওৱা লোকক সাহায্য প্ৰদান কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ যোৱা 14 জুলাইত বানত প্ৰাণ হেৰুৱাইছিল কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ-বাগিছাৰ জীতেন মাঝি নামৰ এজন লোকে ৷ জীতেন মাঝিৰ পৰিয়াললৈ চাৰিলাখ টকাৰ সাহায্য প্ৰদান কৰে ৷

জীতেনৰ পৰিয়াললৈ চাৰিলাখ টকাৰ সাহায্য
author img

By

Published : Jul 24, 2019, 1:59 PM IST

Updated : Jul 24, 2019, 3:12 PM IST

কলিয়াবৰ,জুলাই 24 : বিধ্বংসী বানে জুৰুলা কৰি গ'ল ৰাজ্যবাসীক ৷ ৰাজ্যৰ প্ৰায় অৰ্ধশতাধিক লোকে প্ৰাণ হেৰুৱালে শেহতীয়া বানত ৷ বৰ্তমানেও অৱশ্যে সুস্থিৰ হোৱা নাই বানাক্ৰান্তৰ অৱস্থা ৷ ইয়াৰ মাজতে কলিয়াবৰত বানত প্ৰাণ হেৰুওৱা লোকক সাহায্য প্ৰদান কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷

ETV_BHARAT
জীতেনৰ পৰিয়াললৈ চাৰিলাখ টকাৰ সাহায্য

যোৱা 14 জুলাইত বানত প্ৰাণ হেৰুৱাইছিল কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ-বাগিছাৰ জীতেন মাঝি নামৰ এজন লোকে ৷ লোকজনৰ মৃত্যুৰ পাচতেই মৃতকৰ পৰিয়াললৈ এককালীন সাহায্য ঘোষণা কৰিছিল জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ মঙলবাৰে মন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতোপন নেওগৰ সৈতে জীতেন মাঝিৰ বাসগৃহত উপস্থিত হৈ চাৰিলাখ টকাৰ সাহায্য প্ৰদান কৰে ৷

Intro:কলিয়বৰত বানত প্ৰাণ হেৰুওৱা লোকলৈ চৰকাৰী সাহাৰ্য‍্য প্ৰদান
বানত ডুবি মৃত‍্যু হৈছিল বুঢ়াপাহাৰৰ জিতেন মাঝিৰBody:চৌপাশে বানৰ বিভিষিকাৰ মাজতে যোৱা ১৪ জুলাই তাৰিখে কলিয়াবৰত সলিল সমাধি ঘটিছিল এজন লোকৰ৷ কলিয়াবৰৰ বুঢ়াপাহাৰ চাহ বাগিছাৰ ৯ নং লাইনৰ জিতেন মাঝি নামৰ ৩০বছৰীয়া লোকজনৰ মৃত‍্যুৰ পিচতেই স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰীয়ে ইৰ্থিক সাহৰ্য‍্যৰ কথা ঘোষণা কৰিছিল। বানত মৃত‍্যু হোৱা জিতেন মাঝিৰ পৰিয়াললৈ চাৰি লাখ টকাৰ চৰকাৰী আৰ্থিক সাহাৰ্য্য। মঙলবাৰে চেকযোগে চাৰি লাখ টকা প্ৰদান কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিতুপন নেওগৰ সৈতে কলিয়াবৰৰ বুঢ়াপাহাৰ চাহবাগিছাৰ ৯ নং লাইনত অৱস্থিত মৃত জিতেন মাঝিৰ বাসগৃহত উপস্থিত হৈ জিতেনৰ পত্নী-জীয়ৰীৰ হাতত অৰ্পন কৰে চাৰি লাখ টকাৰ চেক।Conclusion:visuals
Last Updated : Jul 24, 2019, 3:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.