ETV Bharat / state

কামপুৰত অব্যাহত কপিলী নৈৰ তাণ্ডৱ - কপিলী নৈ

পানীত পৰিল জল সম্পদ বিভাগে নিৰ্মাণ কৰা খহনীয়া প্ৰতিৰোধ ব্যৱস্থা । কপিলী নৈৰ বাঢ়নী পানীত এতিয়া পশ্চিম গুইমাৰীৰ বহুলোকৰ ঘৰ বানৰ তলত ৷

কপিলী নৈৰ তাণ্ডৱ
author img

By

Published : Jul 14, 2019, 4:00 PM IST

নগাঁও, 14 জুলাই : পানীত পৰিল জল সম্পদ বিভাগে নিৰ্মাণ কৰা খহনীয়া প্ৰতিৰোধ ব্যৱস্থা । 1 কোটি 90 লাখ টকাৰে নিৰ্মাণ কৰা শৈল্য বান্ধৰ ওপৰেৰে পানী বোৱাত কামপুৰৰ গুইমাৰী অঞ্চলৰ দহ খনতকৈ অধিক গাঁৱলৈ নামি আহিছে সংকট । তাৰোপৰি কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অৰ্ধশতাধিক গাঁও প্লাৱিত হৈ পৰাৰ লগতে কামপুৰ আৰু গৰুবাট মৌজাৰ বহুগাঁও প্লাৱিত হৈ পৰিছে । কপিলী নৈৰ বাঢ়নী পানীত এতিয়া পশ্চিম গুইমাৰীৰ বহুলোকৰ ঘৰ বানৰ তলত | ইপিনে বানাক্ৰান্তসকলে কেম্প সাজি মথাউৰিত থাকিবলগীয়া হোৱাৰ লগতে খাদ্য সংকটত ভুগিছে বানাক্ৰান্তসকলে |

কপিলী নৈৰ তাণ্ডৱ

যদিও বৰ্তমানেও বন্যাৰ্তৰ খৱৰ ল'বলৈ আহৰি হোৱা নাই ৰহা সমষ্টি বিধায়ক ডীম্বেশ্বৰ দাস আৰু প্ৰশাসনৰ লোকৰ | ইফালে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সভাপতি ৰুবুল দাসে বান পৰিস্থিতিৰ বুজ লবলৈ গুইমাৰীত উপস্থিত হৈ বানাক্ৰান্তসকলৰ লগত দুখ দুৰ্দশাৰ বুজ লৈ নিশাৰ খাদ্য ব্যৱস্থা কৰি দিয়ে | লগতে ৰুবুল দাসে অতি শীঘ্ৰে জিলা প্ৰশাসন আৰু চৰকাৰে বানাক্ৰান্তসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৷

Intro:কামপুৰত কপিলী নৈৰ তাণ্ডৱ অব্যাহত ।পশ্চিম গুইমাৰীত বান্ধৰ ওপৰেৰে বৈছে পানী ।

Anchor=পানীত পৰিল জল সম্পদ বিভাগে নিৰ্মান কৰা খহনীয়া প্ৰতিৰোধ ব্যৱস্থা ।এক কোটি নব্বৈ লাখ টকাৰ নিৰ্মান কৰা শৈল্য বান্ধৰ ওপৰেৰে পানী বোৱাত কামপুৰৰ গুইমাৰী অঞ্চলৰ দহ খনতকৈ অধিক গাৱলৈ সংকট নামি আহিছে ।তাৰোপৰি কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অদ্ধশতাধিক গাওঁ প্লাৱিত হৈ পৰাৰ লগতে কামপুৰ আৰু গৰুবাট মৌজাৰ বহুগাওঁ প্লাৱিত হৈছে ।কপিলী নৈৰ বাঢ়নী পানীত পশ্চিম গুইমাৰী বহুলোকৰ ঘৰ বানৰ তলত | বনাকান্ত সকলে কেম্প সাজি বাস কৰিছে মাথাউৰিত | খাদ্য সংকটত ভোগীছে বানাকান্ত সকলে | বৰ্তমানেও খবৰ লোৱা নাই ৰহা সমষ্টি বিধায়ক ডীম্বেশ্বৰ দাস আৰু প্ৰসাশনৰ লোকে | ইফালে অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সভাপতি ৰুবুল দাস বানাকান্ত সকলৰ বুজ লবলৈ আহি গুইমাৰীত উপস্থিত হৈ বানাকান্ত সকলৰ লগত দুখ দুৰ্দশা কথা পাতি নিশাৰ খাদ্য ব্যৱস্থা কৰি দিয়ে | লগতে ৰুবুল দাসে দাবী জনাইছে যে অতি শিঘ্ৰে জিলা প্ৰসাশন আৰু চৰকাৰে এই বানাকান্ত সকলক উদ্ধাৰ কৰি নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰিব লাগে |
Body:Byte= ৰুবুল দাস (অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদ ) ,বানাকান্ত

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.