- ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কৰ্মদক্ষতাৰ নমুনা ।
- নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ডত দিনৰ 10.30 বজালৈকে উপস্থিত নাই কৰ্মচাৰী ৷
- 10.30 বজাৰ পিচতহে কাৰ্যালয়ৰ দুৱাৰ খোলে চতুৰ্থবৰ্গ কৰ্মচাৰীয়ে ৷
- পুৱা দহ বজালৈকে জ্বলি থকা দেখা গ'ল কাৰ্যালয়ৰ লাইট ৷
- প্ৰতিদিনে 10.30 বজাৰ পিচতহে কাৰ্যালয়টোৰ কৰ্মচাৰী সকল কাৰ্যলয়ত উপস্থিত হোৱাৰ অভিযোগ ৷
কঠিয়াতলী শিক্ষাখণ্ডত 10.30 বজালৈকে অনুপস্থিত কৰ্মচাৰী - নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ড
নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ডত দিনৰ 10.30 বজালৈকে উপস্থিত নাই কৰ্মচাৰী ৷ 10.30 বজাৰ পিচতহে কাৰ্যালয়ৰ দুৱাৰ খোলে চতুৰ্থবৰ্গ কৰ্মচাৰীয়ে ৷
কঠিয়াতলী শিক্ষাখণ্ডত 10.30 বজালৈকে উপস্থিত নাই কৰ্মচাৰী
- ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কৰ্মদক্ষতাৰ নমুনা ।
- নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ডত দিনৰ 10.30 বজালৈকে উপস্থিত নাই কৰ্মচাৰী ৷
- 10.30 বজাৰ পিচতহে কাৰ্যালয়ৰ দুৱাৰ খোলে চতুৰ্থবৰ্গ কৰ্মচাৰীয়ে ৷
- পুৱা দহ বজালৈকে জ্বলি থকা দেখা গ'ল কাৰ্যালয়ৰ লাইট ৷
- প্ৰতিদিনে 10.30 বজাৰ পিচতহে কাৰ্যালয়টোৰ কৰ্মচাৰী সকল কাৰ্যলয়ত উপস্থিত হোৱাৰ অভিযোগ ৷
Intro:নগাৱৰ কঠিয়াতলী শিক্ষাখণ্ডত ১০.৩০ বজাৰ লৈ উপস্থিত নাই কৰ্মচাৰী ।
Anchor= ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কৰ্ম দক্ষতাৰ নমুনা । নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ডত ১০.৩০ বজাৰলৈকে উপস্থিত নাই কৰ্মচাৰী ।১০.৩০ বজাৰ পাছতহে কাৰ্যালয়ৰ দুৱাৰ খোলে চতুৰ্থবৰ্গ কৰ্মচাৰীয়ে। ইফালে পুৱা দহ বজালৈ জ্বলি থাকিল কাৰ্যালয়ৰ লাইট ।জানিব পৰা মতে কাৰ্যালয়টোৰ কৰ্মচাৰী সকল প্ৰতিদিনে ১০•৩০ পাছতহে উপস্থিত হয় কাৰ্যলয়ত ।
Byte = কৰ্মচাৰী
Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: