ETV Bharat / state

পুৰণিগুদামৰ ঐতিহাসিক বৰমছজিদত অনুষ্ঠিত ঈদ উল ফিতৰৰ নামাজ - ঈদ উল ফিতৰ

বহু ঐতিহ্য বহন কৰি অহা নগাঁৱৰ পুৰণিগুদাম বৰমছজিদ ঈদগাহত আজি উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন কৰা হয় ৷

ঐতিহাসিক বৰমছজিদত অনুষ্ঠিত ঈদ উল ফিতৰৰ নামাজ
author img

By

Published : Jun 5, 2019, 1:00 PM IST

নগাঁও,05 জুন : বহু ঐতিহ্য বহন কৰি অহা নগাঁৱৰ পুৰণিগুদাম বৰমছজিদ ঈদগাহতো আজি উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন কৰা হয় ৷ অন্যান্য প্ৰান্তৰ লগতে পুৰণিগুদাম ঈদগাহতো ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হয় ৷

ঐতিহাসিক বৰমছজিদত অনুষ্ঠিত ঈদ উল ফিতৰৰ নামাজ

পূৰ্বৰ বৰ্ষত ইদগাহত অনুষ্ঠিত হোৱা ঈদ উল ফিতৰৰ তুলনাত,আজি অনুষ্ঠিত হোৱা ইদত অধিক উৎসৱমুখৰ হৈ পৰিছে ৷ শতবর্ষ বৰ্ষ গৰকা এই বৰমছজিদৰ মিনাৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে আহিছিল অশনি সংকেত ৷ অঞ্চলটোৰ হিন্দু মুছলমান লোকৰ তৎপৰতাত হাৰিয়ানাৰ এটা কোম্পানীয়ে অত্যাধুনিক কাৰিকৰী কৌশলেৰে অক্ষত অৱস্থাত মিনাৰটোৰ স্থানান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ মিনাৰ স্থানান্তৰৰ পিচত বুধবাৰে এই ঈদগাহত প্ৰথমটো ঈদৰ নামাজ অনুষ্ঠিত হয় ৷ দীৰ্ঘদিন ধৰি হিন্দু মুছলমানৰ সম্প্ৰীতিৰ বাৰ্তা বহন কৰি অহা পুৰণিগুদাম বৰমছজিদৰ এই মিনাৰ স্থানান্তৰৰ পিচত উৎফুল্লিত অঞ্চলবাসী ৷

Intro:নগাঁৱৰ পুৰণিগুদাম ঐতিহাসিক বৰমছজিদ ঈদগাহতো অনুষ্ঠিত ঈদ উল ফিতৰৰ নামাজ। ঐতিহ্যমণ্ডিত মিনাৰ স্থানান্তৰৰ পিছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ঈদৰ নামাজ। Body:বছৰ বছৰ ধৰি বহু ঐতিহ্য বহন কৰি অহা নগাঁৱৰ পুৰণিগুদাম বৰমছজিদ ঈদগাহতো উলহ মালহেৰে উদযাপন কৰা হয় ঈদ উল ফিতৰ। অন্যান্য প্ৰান্তৰ লগতে পুৰণিগুদাম ঈদগাহতো পৰিলক্ষিত হয় ব্যাপক উছাহ উদ্দীপনা। আজি অনুষ্ঠিত হোৱা ঈদ উল ফিটৰত অন্যান্য বছৰৰ তুলনাত অধিক উৎসৱমুখৰ হৈ পৰিছে এইখন ঈদগাহ। কাৰণ শতবর্ষ বৰ্ষ গৰকা এই বৰমছজিদৰ মিনাৰলৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে আহিছিল অশনি সংকেত। কিনৰো অঞ্চলটোৰ হিন্দু মুছলমান লোকৰ তৎপৰতাত হাৰিয়ানাৰ এটা কোম্পানীয়ে অত্যাধুনিক কাৰিকৰী কৌশলেৰে অক্ষত অৱস্থাত স্থানান্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। মিনাৰ স্থানতৰৰ পিছত বুধবাৰে প্ৰথমটো ঈদৰ নামাজ অনুষ্ঠিত হয় এই ঈদগাহত। দীৰ্ঘদিন ধৰি হিন্দু মুছলমানৰ সম্প্ৰীতিৰ বাৰ্তা বহন কৰি অহা পুৰণিগুদাম বৰমছজিদৰ এই মিনাৰ স্থানতৰৰ পিছত উৎফুল্লিত অঞ্চলবাসী।
---------------------------------------+++++++
নগাঁৱৰ পৰা ৰকিবুল ৰকিবুল ওৱাহিদ ই টি ভি ভাৰত অসম
5-6-19Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.