ETV Bharat / state

নগাওঁ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ হেৰ'ইন

author img

By

Published : Sep 13, 2019, 5:52 AM IST

নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্ত আৰু ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিগেন শইকীয়াৰ নেতৃত্বত এটা দলে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ'ইন।

নগাওঁ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ হেৰ'ইন

নগাওঁ , 13 চেপ্তেম্বৰঃ নগাওঁ আৰক্ষীৰ অভিযানত হেৰ'ইনসহ আটক এজন ব্যৱসায়ী। নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্ত আৰু ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিগেন শইকীয়াৰ নেতৃত্বত এটা দলে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰ'ইন। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে নগাওঁ চহৰৰ ভোগালী হোটেলৰ পৰা জব্দ কৰে হেৰ'ইনখিনী । ভোগালী হোটেলত গ্ৰাহকৰ ৰূপত ভাত খাবলৈ অহা বৰপেটাৰ আমিৰ খান নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা হেৰ'ইন জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ীজনকে আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বৰপেটাৰ পৰা নগাঁৱত ড্ৰাগছৰ যোগান ধৰিবলৈ অহা আমিৰ খানক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Intro:নগাওঁ আৰক্ষীৰ অভিযানত পুনৰ জব্দ বৃহৎ পৰিমানৰ হেৰ'ইন। আটক ব্যৱসায়ত জড়িত বৰপেটাৰ যুৱক।

Body:নগাওঁ আৰক্ষীয়ে অভিযান চলাই পুনৰ হেৰ'ইনসহ আটক কৰে এজন ব্যৱসায়ী। নগাওঁ আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্ত আৰু ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মিগেন শইকীয়াৰ নেতৃত্বত এটা দলে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ হেৰুইন জব্দ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলটোৱে নগাওঁ চহৰৰ ভোগালী হোটেলৰ পৰা জব্দ কৰে হেৰুইনসমূহ। ভোগালী হোটেলত গ্ৰাহকৰ ৰূপত ভাত খাবলৈ অহা বৰপেটাৰ আমিৰ খান নামৰ এইজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা হেৰুইন জব্দ কৰাৰ লগতে ড্ৰাগছ ব্যৱসায়ীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো। বৰপেটাৰ পৰা নগাঁৱত ড্ৰাগছৰ যোগান ধৰিবলৈ অহা আমিৰ খানক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
bite,
-------------------------------;;;;;;;;;;;;---------------------;;-----
ৰকিবুল ওৱাহিদ, নগাওঁ
১২-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.