ETV Bharat / state

বটদ্ৰৱাৰ বড়িবজাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দঃ এজনক আটক - NAGAON DRUGGS

জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ,গাঞ্জা আৰু নিচাযুক্ত টেবলেট ৷ ধৰ্মেন্দ্ৰ হীৰা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰে বটদ্ৰৱা আৰক্ষীয়ে

বটদ্ৰৱাৰ বড়িবজাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ
author img

By

Published : Jun 24, 2019, 4:33 PM IST

বটদ্ৰৱা,24 জুনঃ বটদ্ৰৱাৰ বড়িবজাৰ আৰক্ষীৰ সাফল্য । বৃহৎ পৰিমাণৰ ড্ৰাগছ,গাঞ্জা আৰু নিচাযুক্ত টেবলেটসহ এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় সোমবাৰে । আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ধৰ্মেন্দ্ৰ হীৰা বুলি জানিব পৰা গৈছে ৷ বড়িবজাৰ আৰক্ষীয়ে চলোৱা অভিযানত ব্যক্তিজনৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ,গাঞ্জা আৰু নিচাযুক্ত টেবলেট । ঘটনা সন্দৰ্ভত ধৃত ধৰ্মেন্দ্ৰ হীৰাক আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি ধৰ্মেন্দ্ৰ হীৰা নামৰ লোকজনে বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত মুকলিকৈ চলাই আহিছিল ড্ৰাগছৰ দৰে নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় । অৱশেষত বৰিবজাৰ আৰক্ষীৰ জালত পৰিল এই ড্ৰাগছ সৰবৰাহকাৰীটো ৷

বটদ্ৰৱাৰ বড়িবজাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

Intro:বটদ্ৰৱাৰ বড়িবজাৰ আৰক্ষীৰ সাফল্য ।বৃহৎ পৰিমাণৰ ড্রাগছ,গাঞ্জা আৰু নিচাযুক্ত টেবলেটসহ এটা ড্ৰাগছ সৰবৰাহকাৰী আটক ।Body:বটদ্ৰৱা সমষ্টিৰ বড়িবজাৰ আৰক্ষীৰ সাফল্য । বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা আৰু নিচাযুক্ত টেবলেটসহ এটা ড্ৰাগছ মাফিয়া আটক । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো জাজৰি পাঘালীৰ ধৰ্মেন্দ্র হীৰা । বড়িবজাৰ আৰক্ষীয়ে চলোৱা অভিযানত ব্যক্তিজনৰ পৰা জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ, গাঞ্জা আৰু নিচাযুক্ত টেবলেটখিনী । ঘটনা সন্দৰ্ভত ধৃত ধৰ্মেন্দ্র হীৰাক আৰক্ষীয়ে চলাইছে মাৰাথন জেৰা । উল্লেখ্য যে দীৰ্ঘ দিন ধৰি ধৰ্মেন্দ্র হীৰা নামৰ লোকজনে বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত মুকলিকৈ চলাই আহিছিল ড্ৰাগছৰ দৰে নিচাযুক্ত দ্রব্যৰ মুকলিকৈ ব্যৱসায়। অৱশেষত বৰিবজাৰ অাৰক্ষীৰ জালত পৰিল এই ড্ৰাগছ সৰবৰাহকাৰীটো ।________________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.