ETV Bharat / state

নগাঁৱত ড্ৰাগছৰ বাবেই নাৰী গৃহৰ পৰা পলায়ণৰ চেষ্টা কৰি আহত কিশোৰী

author img

By

Published : Sep 7, 2022, 7:35 PM IST

ড্ৰাগছ বাবেই নগাঁৱত আহত হ’ল কিশোৰী ৷ শিশু আৰু নাৰী গৃহৰ পৰা পলায়ণৰ চেষ্টা কৰি আহত হ’ল কিশোৰী (Drugs addicted girl injured in Nagaon)৷

নগাঁৱত ড্ৰাগছৰ বাবেই আহত হ’ল কিশোৰী
নগাঁৱত ড্ৰাগছৰ বাবেই আহত হ’ল কিশোৰী
  • ড্ৰাগছৰ বাবেই নগাঁৱত সংঘটিত হ’ল অঘটন
  • ড্ৰাগছৰ বাবেই দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত ভৰ্তি হ'ল এগৰাকী কিশোৰী (Drugs addicted girl injured in Nagaon)
  • ড্ৰাগছ আসক্ত কন্যাক মাতৃয়ে গতাই দিছিল অনাথ আশ্ৰমত (Home For Women and Children Nagaon)
  • নগাঁও শিশু আৰু নাৰী গৃহত গতাই দিছিল নিজ কন্যাক
  • শিশু আৰু নাৰী গৃহৰ পৰা পলায়ণৰ চেষ্টা কৰি দুৰ্ঘটনাত পতিত হ’ল কিশোৰীগৰাকী
  • মুধচৰ ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আহত কিশোৰীগৰাকী
  • কিশোৰীগৰাকীৰ ঘৰ নগাঁৱৰ ফাঁচী ৰোডত
  • ফাঁচী ৰোডত এতিয়াও পূৰ্ণ গতিত ড্ৰাগছৰ ব্যৱসায় চলি থকাৰ কথা সংবাদ মাধ্যমক জনালে মাতৃয়ে (Drugs smuggling in Nagaon)
  • নগাঁও আৰক্ষীৰ বিৰুদ্ধেও ক্ষোভ উজাৰিলে মাতৃগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.