নগাঁও,২৮ মে' : এটাৰ পিছত এটাকৈ বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। অনলাইনযোগে বেংক একাউন্টৰ পৰা ধন লুট। অনলাইন বেংকিঙৰ সহায়ত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউন্টৰ পৰা ৮ লাখ টকা লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত । নগাঁৱৰ জুৰীয়া মাহেৰিপাৰৰ আব্দুল জলিল নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে মঙলবাৰে বেংকৰ পৰা ধন উলিয়াব বিচৰাত পোহৰলৈ আহে এই ঘটনা । এই সন্দৰ্ভত ইতিমধ্যে লোকজনে বেংক কৰ্তৃপক্ষক অৱগত কৰোৱাৰ লগতে হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।
পুনৰ ৰাজ্যত চাইবাৰ ক্ৰাইম ! এইবাৰ অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউন্টত চকু ! - নগাঁও
অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউন্টৰ পৰা হৰলুকী ৮ লাখ টকা ৷
নগাঁও,২৮ মে' : এটাৰ পিছত এটাকৈ বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। অনলাইনযোগে বেংক একাউন্টৰ পৰা ধন লুট। অনলাইন বেংকিঙৰ সহায়ত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউন্টৰ পৰা ৮ লাখ টকা লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত । নগাঁৱৰ জুৰীয়া মাহেৰিপাৰৰ আব্দুল জলিল নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে মঙলবাৰে বেংকৰ পৰা ধন উলিয়াব বিচৰাত পোহৰলৈ আহে এই ঘটনা । এই সন্দৰ্ভত ইতিমধ্যে লোকজনে বেংক কৰ্তৃপক্ষক অৱগত কৰোৱাৰ লগতে হয়বৰগাঁও আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ।
Body:এটাৰ পিছত এটাকৈ বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। অনলাইন বেংকিংৰ সহায়ত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউন্টৰ পৰা ৮ লাখ টকা লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত। নগাঁৱৰ জুৰীয়া মাহেৰিপাৰৰ আব্দুল জলিল নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে মঙলবাৰে বেংকৰ পৰা ধন উলিয়াব বিচৰাত পোহৰলৈ আহে এই ঘটনা। এই সন্দৰ্ভত লোকজনে বেংক কৰ্তৃপক্ষক অৱগত কৰোৱাৰ লগতে হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।
bite.
------------------/---------------------
ৰকিবুল ওৱাহিদ, ই টি ভি ভাৰত অসম
২৮-৫-১৯
Conclusion: