নগাঁও, 18 জুলাইঃ শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁও চহৰত অভিযান চলায় নগাঁও শ্ৰম বিভাগে। চহৰখনৰ হয়বৰগাঁৱৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শ্ৰম বিভাগৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে ৬ টাকৈ শিশু শ্ৰমিক। উদ্ধাৰ কৰা শিশু শ্ৰমিক কেইটাক চাইল্ড লাইনক দিয়াৰ লগতে ব্যসায়িক প্ৰতিষ্ঠান কেইখনৰ বিৰুদ্ধেও পদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন চাহ দোকান, পান দোকানৰ ওপৰিও ইটা ভাটা আদিতো শিশু শ্ৰমিক ব্যৱহাৰ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। শিশু শ্ৰমিকৰ বিৰুদ্ধে বিভিন্ন আইন প্ৰণয়ন কৰাৰ পিছতো নগাওঁ জিলাত উদ্বেগজনকভাৱে শিশু শ্ৰমিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
নগাঁৱত উদ্ধাৰ শিশু শ্ৰমিক - ChildLine
জিলা শ্ৰম বিভাগ আৰু চাইল্ড লাইনৰ সহযোগত নগাঁৱৰ পৰা উদ্ধাৰ হয় 6টা শিশু শ্ৰমিক ৷
নগাঁও, 18 জুলাইঃ শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁও চহৰত অভিযান চলায় নগাঁও শ্ৰম বিভাগে। চহৰখনৰ হয়বৰগাঁৱৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শ্ৰম বিভাগৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে ৬ টাকৈ শিশু শ্ৰমিক। উদ্ধাৰ কৰা শিশু শ্ৰমিক কেইটাক চাইল্ড লাইনক দিয়াৰ লগতে ব্যসায়িক প্ৰতিষ্ঠান কেইখনৰ বিৰুদ্ধেও পদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য যে নগাঁও জিলাৰ বিভিন্ন চাহ দোকান, পান দোকানৰ ওপৰিও ইটা ভাটা আদিতো শিশু শ্ৰমিক ব্যৱহাৰ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। শিশু শ্ৰমিকৰ বিৰুদ্ধে বিভিন্ন আইন প্ৰণয়ন কৰাৰ পিছতো নগাওঁ জিলাত উদ্বেগজনকভাৱে শিশু শ্ৰমিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
Body:শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাওঁ চহৰত অভিযান চলায় নগাওঁ শ্ৰম বিভাগে। চহৰখনৰ হয়বৰগাঁৱৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা শ্ৰম বিভাগৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে ৬ টাকৈ শিশু শ্ৰমিক। উদ্ধাৰ কৰা শিশু শ্ৰমিক কেইটাক চাইল্ড লাইনক দিয়াৰ লগতে ব্যসায়িক প্ৰতিষ্ঠান কেইখনৰ বিৰুদ্ধেও পদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য যে নগাওঁ জিলাৰ বিভিন্ন চাহ দোকান, পান দোকানৰ ওপৰিও ইটা ভাটা আদিতো শিশু শ্ৰমিক ব্যৱহাৰ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। শিশু শ্ৰমিকৰ বিৰুদ্ধে বিভিন্ন আইন প্ৰণয়ন কৰাৰ পিছতো নগাওঁ জিলাত উদ্বেগজনকভাৱে শিশু শ্ৰমিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
bite
-------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৮-৭-১৯
Conclusion: