ETV Bharat / state

নগাঁৱত উন্মোচন কৰ’ণা শ্বাসৰুদ্ধ সময়ৰ এক দস্তাবেজ...

author img

By

Published : Aug 15, 2020, 3:04 PM IST

নগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰীগৰাকীৰ সৈতে উক্ত কাৰ্যসূচীত উপস্থিত থাকে পত্নী আইমী বৰুৱা ৷ উক্ত অনুষ্ঠানতো সাংবাদিক মুৰুলী বৰুৱাৰ কৰ’ণা শ্বাসৰুদ্ধ সময়ৰ এক দস্তাবেজ নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয় ।

Book release in the ocassion of indipendence day nagaon asssam etv bharat news
নগাঁৱত পতাকা উত্তোলন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰিকাৰ

নগাঁও,15 আগষ্ট: শনিবাৰে নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত পালন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱস উপলক্ষে নগাঁৱত পতাকা উত্তোলন কৰে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই । পতাকা উত্তোলনৰ অন্তত মন্ত্ৰী হাজৰিকাই কাৰ্যসূচীত উপস্থিত সকলোকে কৰ’ণাৰ পৰীক্ষা কৰিবলৈ আহ্বান জনোৱাৰ লগতে প্লাজমা দান কৰিবলৈও উৎসাহ প্ৰদান কৰে ৷

বিগত সময়ছোৱাত অহৰহভাৱে ক'ভিড যুদ্ধত আগভাগ লোৱা প্ৰতিজন কৰ’ণা যোদ্ধাক কৃতজ্ঞতা জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে । লগতে গড় হিচাপত ক'ভিড ১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা কিছু হ্ৰাস পোৱা বুলি উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীগৰাকীৰ সৈতে উক্ত কাৰ্যসূচীত উপস্থিত থাকে পত্নী আইমী বৰুৱা ৷ উক্ত অনুষ্ঠানতে সাংবাদিক মুৰুলী বৰুৱাৰ কৰ’ণা শ্বাসৰুদ্ধ সময়ৰ এক দস্তাবেজ নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয় ।

লগতে চাওকঃ আজি পৰ্যন্ত চৰকাৰী স্বীকৃতি নোপোৱা এগৰাকী স্বাধীনতা সংগ্ৰামীৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.