নগাঁও, 9 জুলাইঃ নগাঁৱৰ কচুৱাৰ পণ্ডিত ঘাটত নাও দুৰ্ঘটনা । এখন টুলুঙা নাৱত বৰপানী নৈ পাৰ হ'ব বিচাৰোতেই সংঘটিত হয় এই দুৰ্ঘটনা । এই ঘটনাত নিখোজ হয় এগৰাকী মহিলা সহ এটি শিশু । ডিমাপুৰৰ পৰা ঘৰলৈ উভতাৰ পথত বৰপানী নদীৰ মাজত এই ঘটনা সংঘটিত হয় ৷ 13 জন যাত্ৰী লৈ যাত্ৰা কৰিছিল নাওখনে ৷ দুৰ্ঘটনাত নিখোজ হোৱা মহিলাগৰাকী চুফিয়া খাতুন (৩৫)আৰু শিশুটিৰ নাম ইয়াচমিনা খাতুন(৩) বুলি চিনাক্ত কৰা হৈছে | স্থানীয় ৰাইজে নাৱেৰে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে যদিও এই সময়লৈ কোনো খবৰ নাই মহিলা সহ শিশুটিৰ ৷
নগাঁৱৰ কচুৱাত নাও দুৰ্ঘটনাঃ সন্ধানহীন এগৰাকী মহিলা সহ এটি শিশু - nagaon
13 জন যাত্ৰীৰে যাত্ৰা কৰা নাঁওখনৰ দুৰ্ঘটনাত নিখোজ হোৱা মহিলা গৰাকী চুফিয়া খাতুন (৩৫)আৰু শিশুটিৰ নাম ইয়াচমিনা খাতুন(৩) বুলি চিনাক্ত কৰা হৈছে |
নগাঁও, 9 জুলাইঃ নগাঁৱৰ কচুৱাৰ পণ্ডিত ঘাটত নাও দুৰ্ঘটনা । এখন টুলুঙা নাৱত বৰপানী নৈ পাৰ হ'ব বিচাৰোতেই সংঘটিত হয় এই দুৰ্ঘটনা । এই ঘটনাত নিখোজ হয় এগৰাকী মহিলা সহ এটি শিশু । ডিমাপুৰৰ পৰা ঘৰলৈ উভতাৰ পথত বৰপানী নদীৰ মাজত এই ঘটনা সংঘটিত হয় ৷ 13 জন যাত্ৰী লৈ যাত্ৰা কৰিছিল নাওখনে ৷ দুৰ্ঘটনাত নিখোজ হোৱা মহিলাগৰাকী চুফিয়া খাতুন (৩৫)আৰু শিশুটিৰ নাম ইয়াচমিনা খাতুন(৩) বুলি চিনাক্ত কৰা হৈছে | স্থানীয় ৰাইজে নাৱেৰে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে যদিও এই সময়লৈ কোনো খবৰ নাই মহিলা সহ শিশুটিৰ ৷
Anchor = নগাঁৱৰ কচুৱাৰ পণ্ডিত ঘাটত সংঘটিত হয় নাওঁ দুৰ্ঘটনা । এখন টুলুঙা নাৱত বৰপানী নৈ পাৰ হব বিচাৰোতেই এই দুৰ্ঘটনা সংঘটিত হয়। মহিলা আৰু শিশু সহ দুজন নিখোজ ।ডিমাপুৰৰ পৰা ঘৰলৈ ওভতাৰ পথত বৰপানী নদীৰ মাজত এই ঘটনা সংঘটিত হয় ৷ নাঁও খনত তেৰজন যাত্ৰী আছিল তাৰে এটি শিশু আৰু এগৰাকী মহিলা নিখোজ হয় ৷ নিখোজ হোৱা মহিলা গৰাকী চুফিয়া খাতুন (৩৫)আৰু শিশুটিৰ নাম ইয়াচমিনা খাতুন(৩) বুলি চিনাক্ত হয় | স্থানীয় ৰাইজে নাওৰে বিচাৰ কুচাৰ কৰে যদিও সন্ধান লাভ কৰা নাই |ঘটনাস্থলিত বৰ্তমানেও SDRF দল উপস্থিত হোৱা নাই |
Body:
Byte= স্থানীয়লোক
বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion: