ETV Bharat / state

নগাঁৱত তেজ পৰীক্ষা তবলিগী জামাতত অংশগ্ৰহণ কৰা ১৯ গৰাকী লোকৰ

author img

By

Published : Apr 3, 2020, 2:36 PM IST

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা নগাঁৱৰ ১৯ গৰাকী লোকৰ তেজ পৰীক্ষা কৰা হয় ৷ ইয়াৰে আটাইকেইজন ব্যক্তি কৰ'ণা নেগেটিভ বুলি জানিব পৰা গৈছে ৷

blood test of 19 people in nagaon,whom were atteneded tablighi zamat

নগাঁও, 3 এপ্ৰিলঃ শুকুৰবাৰে নিজামুদ্দিন মাৰ্কাজৰ সৈতে সম্পৰ্ক থকা নগাঁৱৰ ১৯ গৰাকী লোকৰ তেজ পৰীক্ষা সম্পন্ন হয় ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৷ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা এই লোককেইজনৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকক আছুতীয়াকৈ ৰখাৰো ব্যৱস্থা কৰিছিল ৷ আজি তেজ পৰীক্ষাৰ অন্তত আটাইকেইজন ব্যক্তি কৰ'ণা নেগেটিভ বুলি জানিব পৰা গৈছে ৷

নগাঁৱত তেজ পৰীক্ষা তবলিগী জামাতত অংশগ্ৰহণ কৰা ১৯ গৰাকী লোকৰ

লগতে পঢ়কঃ কৰ'ণা ভাইৰাছৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.