ETV Bharat / state

পুনৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত উৎখাত জুৱাৰ ঘাটি - নগাঁৱ

বটদ্ৰৱাত জুৱাখেলৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত ৷ বটদ্ৰৱাৰ ভোমোৰাগুৰিত নগদ ধন আৰু জুৱা খেলৰ সামগ্রী,চাৰিখনকৈ মটৰচাইকল সহ আটক এট দুধৰ্ষ জুৱাৰী ৷

বটদ্ৰৱাৰ ভোমোৰাগুৰিত উৎখাত জুৱাৰ ঘাটি
author img

By

Published : Oct 17, 2019, 5:36 PM IST

বটদ্ৰৱা,17 অক্টোবৰঃ অপৰাধীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে নগাঁৱৰ জিলা প্ৰশাসন। পুনৰ বটদ্ৰৱাত আৰক্ষীয়ে উৎখাত কৰিলে নিষিদ্ধ জুৱাৰ ঘাটি। জব্দ কৰিলে জুৱা খেলৰ সামগ্রীৰ লগতে জুৱা খেলত ব্যৱহাৰ কৰা চাৰিখনকৈ বিলাসী মটৰচাইকল। লগতে জুৱাৰ ঘাটিৰ পৰা আটক কৰে এটা দুধৰ্ষ জুৱাৰীক । ধৃত জুৱাৰীটো পূব ভোমোৰাগুৰিৰ ৰমজান আলী বুলি জানিব পৰা গৈছে।

BATADRAVA GAMBLER
ধৃত জুৱাৰী

এই নিষিদ্ধ জুৱা খেলত অংশগ্ৰহণ কৰিছে স্কুল কলেজৰ ছাত্রৰ লগতে বয়োজ্যেষ্ঠ জনেও। মুঠৰ ওপৰত এনেদৰেই এতিয়া মুকলিকৈ কাঠফুলাৰ দৰে গঢ়ি উঠিছে নগাঁৱৰ পশ্চিমাঞ্চলত জুৱাৰ ঘাটি। কিন্তু বটদ্ৰৱা থানাৰ ভাৰপ্রাপ্ত বিষয়া দ্বীপজ্যোতি মজুমদাৰৰ নেতৃত্বত বৃহস্পতিবাৰে এই নিষিদ্ধ জুৱাৰ চক্ৰটোৰ বিৰুদ্ধে অভিযান চলোৱাত উৎখাত হয় উক্ত জুৱাৰ ঘাটিটো ৷ উল্লেখ্য যে, বিগত বছৰত জুৰীয়াৰ বলিকটিয়াত জুৱাৰীৰ গুলীতেই মৃত্যু হৈছিল অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ। এতিয়া আৰক্ষীৰ এনে মাৰাথন অভিযানে জুৱাৰ ঘাটি সমূহ সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰিব পাৰিবনে সেয়া সময়তহে ক'ব পৰা যাব ৷

Intro:বটদ্ৰৱাত জুৱাখেলৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিযান অব্যাহত । পুনৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত উৎখাত জুৱাৰ ঘাটি । নগদ ধন আৰু জুৱা খেলৰ সামগ্রী, চাৰিখনকৈ মটৰচাইকল সহ আটক এটা
দূধৰ্ষ জুৱাৰী ।Body:অপৰাধীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে নগাঁৱৰ জিলা প্ৰশাসন । পুনৰ বটদ্ৰৱাত আৰক্ষীয়ে উৎখাত কৰিলে নিসিদ্ধ জুৱাৰ ঘাটি । জব্দ কৰিলে জুৱা খেলৰ সামগ্রী ৰ লগতে জুৱা খেলত ব্যৱহাৰ কৰা চাৰিখনকৈ বিলাসী মটৰচাইকল । লগতে জুৱাৰ ঘাটিৰ পৰা আটক কৰে এটা দূধৰ্ষ জুৱাৰী ।ধৃত জুৱাৰীটো পূব ভোমোৰাগুৰি ৰমজান আলী। চাওঁক কেনেকৈ দিন দুপৰতে বান্ধিলে বান্দিলে পেলাইছে টকা । এই নিসিদ্ধ জুৱা খেলত অংশগ্ৰহন কৰিছে স্কুল কলেজৰ ছাত্রৰ লগতে বয়োজ্যেষ্ঠ জনেও । মুঠৰ উপৰত এনেদৰেই মুকলিকৈ এতিয়া কাঠফুলাৰ দৰে গঢ়ি উঠিছে নগাঁৱৰ পশ্চিমাঞ্চলত জুৱাৰ ঘাটি । কিন্তু বটদ্ৰৱা থানৰ ভাৰপ্রাপ্ত বিষয়া দ্বীপজ্যোতি মজুমদাৰৰ নেতৃত্বত বৃহস্পতিবাৰে এই নিসিদ্ধ জুৱা বিৰোধী অভিযান চলাই ।
উল্লেখ্য যে বিগত বছৰত জুৰীয়াৰ বলিকটিয়াত জুৱাৰীৰ গুলীত অনিল দাস নামৰ এগৰাকী আৰক্ষী কনিষ্ঠবলৰ মৃত্যু ।_______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.